ETV Bharat / state

হত্যাকাৰীক ফাচীৰ দাবীত উত্তাল পলাশবাৰী

author img

By

Published : Aug 26, 2019, 7:05 PM IST

মাতৃ-ভগ্নীৰ সৈতে মিলিত হৈ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৃষ্ণ দাস নামৰ লোকজনৰ বিৰুদ্ধে ৷ বিবাহৰ পিছৰে পৰা স্বামী গৃহত অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা। ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত ঘৰতে উদ্ধাৰ হৈছিল কবিতা বৰুৱাৰ মৃতদেহ

হত্যাকাৰীক ফাচীৰ দাবীত উত্তাল পলাশবাৰী

পলাশবাৰী, 26 আগষ্ট : হত্যাৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ল পলাশবাৰী । কান্দুপুৰ নিবাসী কৃষ্ণ দাস নামৰ লোকজনে মাতৃ-ভগ্নীৰ সৈতে মিলিত হৈ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে ঘেৰাও কৰিলে পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়। উল্লেখ্য যে, যোৱা 20 আগষ্টৰ নিশা পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস নামৰ লোকজনে মাতৃ-ভগ্নীৰ সৈতে মিলিত তেওঁৰ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । কবিতাৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড । কবিতাৰ স্বামী কৃষ্ণ দাস আৰু কৃষ্ণ দাসৰ ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে। কবিতা বৰুৱাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা। স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই। পিছত সন্তান তিনিটাৰ বাবে এক সুখৰ সংসাৰ কৰাৰ নিমিত্তে উভতি গৈছিল স্বামী গৃহলৈ। কিন্তু যোৱা 20 আগষ্টৰ নিশা ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত ঘৰতে উদ্ধাৰ হৈছিল কবিতা বৰুৱাৰ মৃতদেহ। এই মৃত্যক সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই পৰিয়ালৰ লোকে ৷ যাৰ বাবে পৰিয়ালৰ লোকে কৃষ্ণ দাস, পপিতা দাস,কৃষ্ণ দাসৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতে পলাশবাৰী আৰক্ষী থানাই স্বামী,ভগ্নী আৰু মাতৃক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ড ভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি সাব্যস্ত কৰিছিল প্ৰতিবাদ ।
সোমবাৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি Fast-track আদালতৰ জড়িয়তে বিচাৰ চলাবলৈ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে।

Intro:বোৱাৰী হত্যাকাৰী কৃষ্ণ দাসক ফাচীৰ দাবীত পুনৰ উত্তাল পলাশবাৰী । যোৱা ২০ আগষ্টৰ নিশা পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস নামৰ লোকজনে মাতৃ-ভগ্নিৰ সৈতে মিলি তেওৰ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত সাব্যস্ত হ'ল প্ৰতিবাদ ।
Body:Vo..বোৱাৰী হত্যাৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ল পলাশবাৰী । বোৱাৰী হত্যাৰ প্ৰতিবাদত শতাধিক মহিলাই সাব্যস্ত কৰিলে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে ঘেৰাও কৰিলে পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্য্যলয় । উল্লেখ্য যে যোৱা ২০ আগষ্টৰ নিশা পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস নামৰ লোকজনে মাতৃ-ভগ্নিৰ সৈতে মিলি তেওৰ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত উত্থাপিত হৈছে । ছোৱালীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক পৰিকল্পিত হত্যা কাণ্ড । কবিতাৰ স্বামী কৃষ্ণ দাস আৰু কৃষ্ণ দাসৰ ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে । কবিতা বৰুৱাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা । স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই ।পিছত সন্তান তিনিটাৰ বাবে এক সুখৰ সংসাৰ কৰাৰ নিমিত্তে উভতি গৈছিল স্বামী গৃহলৈ । কিন্তু যোৱা ২০ আগষ্টৰ নিশা ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত ঘৰতে উদ্ধাৰ হৈছিল কবিতা বৰুৱাৰ মৃতদেহ । এই মৃত্যক সহজ ভাবে লব পৰা নাই পৰিয়ালৰ লোকে যাৰ বাবে পৰিয়ালৰ লোকে কৃষ্ণ দাস,ভনী পপিতা দাস,কৃষ্ণ দাসৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিতে পলাশবাৰী আৰক্ষী থানাই স্বামী,ভগ্নি আৰু মাতৃক গ্ৰেপ্তাৰ কৰি জেল হাজোটলৈ প্ৰেৰণ কৰিছে । উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ড ভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি সাব্যস্ত কৰিছিল প্ৰতিবাদ ।
আজি চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত প্ৰতিবাদ সাব্যস্ত কৰি Fast-track আদালতৰ জড়িয়তে বিচাৰ চলাবলৈ দাবী প্ৰতিবাদকাৰী ৰাইজৰ ।

Bite1..প্ৰতিবাদকাৰী ।

প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদী ৰাইজৰ দাবী হত্যাকাৰী স্বামীক প্ৰদান কৰিব লাগে ফাচী ।

Bite2.প্ৰতিবাদকাৰী ।

প্ৰতিবাদ সাব্যস্ত কৰিলে দক্ষিণ কামৰূপ মহিলা সমিতি,মাজিৰিগাও আৰু কান্দুপুৰৰ স্থানীয়লোক আৰু দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই । প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিচাৰকাৰ্য দ্ৰুতগতিত চলাবলৈ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী ৰাইজে ।

Bite3..আছু ।

Conclusion:এতিয়া প্ৰশ্ন উঠে যদি এয়া পৰিকল্পিতভাৱে হত্যা হৈছিল তেন্তে দোষীয়ে উচিত শাস্তি পাব নে ? নে ৰাজ্যত এনেদৰে হৈ যাব বোৱাৰী হত্যাৰ দৰে নৃসংশ ঘটনা ?

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

(Desk সেইদিনা এইটো Slugত WRAP যোগে সেইদিনাৰ ভিজুৱেলবোৰ আৰু স্ক্ৰিপটো পঠাইছিলো As_kam_21august_801-803_murder_hungama_vis+bite+photo_as10020)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.