ETV Bharat / state

আমিনগাওঁ বৈদ্যুতিক উপঃসংমণ্ডলত ওলমিল তলা;অসন্তুষ্ট জনতা - আমিনগাওঁ বৈদ্যুতিক উপঃসংমণ্ডল

কেইবাশ উত্তেজিত ৰাইজে আমিনগাওঁ বৈদ্যুতিক উপঃসংমণ্ডলৰ কাৰ্যালয়ত  তলা ওলমাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।  বিদ্যুৎ বিভাগ হায় হায়,বিদ্যুত বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল আমিনগাঁও

আমিনগাওঁ বৈদ্যুতিক উপঃসংমণ্ডলত ওলমিল তলা
author img

By

Published : Aug 8, 2019, 4:22 PM IST

কামৰূপ, 8 আগষ্টঃ ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত শক্তি বিভাগে জ্বলা কলা খুৱাইছে ৰাইজক ৷ কেইবাশ উত্তেজিত ৰাইজে আমিনগাওঁ বৈদ্যুতিক উপঃসংমণ্ডলৰ কাৰ্যালয়ত তলা ওলমাই সাব্যস্ত কৰিলে প্ৰতিবাদ । বিদ্যুৎ বিভাগ হায় হায়,বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল আমিনগাঁও। নিয়মীয়াকৈ বিদ্যুৎ যোগান দিব নোৱাৰে ইয়াতকৈও জংগী ৰূপ ধাৰণ কৰাৰ হুংকাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ । ইফালে নিশা বাতৰি সংগ্ৰহৰ সময়ত সাংবাদিক কেমেৰা ভাঙিবলৈ চোঁচা লয় এগৰাকী কৰ্মচাৰীয়ে । অবশেষত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ।

Intro:*SLUG= AMINGAON PROTEST ABOUT APDCL*

ৰাজ্যৰ অন্যতম প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বিদ্যুত বিভাগে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰনক । আমিনগাওঁ বৈদ্যুতিক উপঃসংমণ্ডলৰ কাৰ্যলয়ত তলা ওলমালে উত্তেজিত ৰাইজৰ ।
Body:
ৰাজ্যৰ অন্যতম প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বিদ্যুত বিভাগে জ্বলা কলা খুৱাইছে
কেইবাশ উত্তেজিত ৰাইজে কাৰ্যলয়ত তলা ওলমাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।বিদ্যুত বিভাগ হায় হায়,বিদ্যুত বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ ।
নিয়মীয়াকৈ বিদ্যুত যোগান দিব নোৱাৰে ইয়াতকৈও জংগী ৰূপ ধাৰন কৰাৰ হুংকাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ।

Conclusion:
ইফালে নিশা বাতৰি সংগ্ৰহৰ সময়ত সাংবাদিক কেমেৰা ভাঙিবলৈ চোচা লৈ এগৰাকী কৰ্মচাৰীয়ে ।
অবশেষত আৰক্ষীৰ উপস্থিত নিয়ন্ত্ৰনলৈ আহে পৰিস্থিতি ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.