ETV Bharat / state

কমলা কলিতাক বিশ্বাসঘাটক আখ্যা প্ৰফুল্ল মহন্তৰ

author img

By

Published : Dec 16, 2019, 9:06 PM IST

কমলা কলিতাক বিশ্বাসঘাটক আখ্যা প্ৰফুল্ল মহন্তৰ ৷ লগতে অগপ দলৰ একাংশ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Prafulla Mahanta reaction against Kamala Kalita
কমলা কলিতাক বিশ্বাসঘাটক আখ্যা প্ৰফুল্ল মহন্তৰ

ছয়গাঁও,16 ডিচেম্বৰঃ ছয়গাঁৱলৈ আহি নিজৰেই সমষ্টিত কমলা কলিতাক বিশ্বাসঘাটক আখ্যা দিয়ে প্ৰফুল্ল মহন্তই ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত প্ৰাণ হেৰুওৱা শ্বহীদ দীপাঞ্জল দাসৰ মাতৃ তথা আছুৱে চোৰ আখ্যা দিয়ে ছয়গাঁও সমষ্টিৰ বিধায়কগৰাকীক ৷ সোমবাৰে দীপাঞ্জল দাসৰ পিতৃক আৰ্থিক সাহায্য প্ৰদান কৰিছিল বিধায়ক কমলা কলিতাই ৷ কিন্তু পৰিয়ালৰ লোকে সেই সাহায্য উভটাই দিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

শ্বহীদ দীপাঞ্জল দাসৰ পিতৃ মাতৃৰ ভাষ্য

উল্লেখ্য যে,সোমবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত হয় দলেপাৰাৰ দুখীয়া পৰিয়ালটোৰ ওচৰত ৷ লগতে অগপ দলৰ একাংশ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত প্ৰফুল্ল মহন্ত

লগতে পঢ়ক- নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি

Intro:চোৰ, বিশ্বাসঘাটক কমলা কলিতাই ভেটি হেৰুৱালে ছয়গাওত । শ্বহীদ দীপাঞ্জল দাসৰ মাতৃ আৰু আছুয়ে চোৰ আখ্যা দিয়াৰ বিপৰীতে কমলা কলিতাৰ সমষ্টিত কমলা কলিতাকেই প্ৰফুল্ল মহন্তই বিশ্বাসঘাটক বুলি আখ্যা দিলে !

Body:Vo...বৰ বেয়া দিন চলিছে অগপ নেতা কমলা কলিতাৰ । নিজ দলৰেই সতীৰ্থ প্ৰফুল্ল কুমাৰ মহন্তই কমলা কলিতাক ছয়গাওলৈ আহি বিশ্বাসঘাটক আখ্যা দিলে । অসম আৰু অসমীয়াৰ তীব্ৰ বিৰোধিতাৰ পিছতো আইনত পৰিণত হল নাগৰিকত্ব সংশোধনী বিধেয়ক । ইয়াৰ প্ৰতিবাদ কৰিবলৈ গৈ দক্ষিণ কামৰূপৰ ছয়গাও দলেপাৰাৰ দিপাঞ্জল দাসেও প্ৰাণ দিলে আৰক্ষীৰ গুলীত । সোমবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত হয় দলেপাৰাৰ দুখীয়া পৰিয়ালটোৰ ওচৰত । নিজৰেই অগপ দলৰ একাংশ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে । লগতে কমলা কলিতাৰ নিজৰ সমষ্টিতেই দলীয় কৰ্মীৰ সমুখত বিশ্বাসঘাটক আখ্যা দিলে ।

Bite1..প্ৰফুল্ল কুমাৰ মহন্ত ।

আনহাতে সোমবাৰে পুৱাই বাহি চোতালতে কমলা কলিতাই শ্বহীদৰ পিতৃক বিচনাৰ পৰা উঠাই কিছু টকা দি মূহুৰ্তৰ ভিতৰতেই পলায়ন কৰিছিল আছু কৰ্মীৰ ৰোষত পৰাৰ ভয়ত । এতিয়া পৰিয়ালে টকা উভতাই দিব বুলি কৈ কমলা কলিতাক চোৰ আখ্যা দিলে । আছুৱেও চোৰ বুলি কৈ ছয়গাওত দেখিলেই পহু খেদা দিব বুলি কৰে মন্তব্য ।

Bite2 &3..পিতৃ,মাতৃConclusion:ক্ষমতাই মূৰত ধৰা অগপ নেতা গৰাকীয়ে জলাঞ্জলি দিলে অসম আৰু অসমীয়াৰ স্বাৰ্থ । পৰিণতিত এতিয়া অগপ নেতা কমলা কলিতাই হেৰাব নেকি ভেটি ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.