ETV Bharat / state

লক ডাউনঃ 90 দিনৰ অন্তত নিজ শিশুটিক কাষত পাই উৎফুল্লিত পিতৃ-মাতৃ - lockdown

সুদীৰ্ঘ 90 দিনৰ অন্তত নিজ শিশুটিক কোচত ল'বলৈ পাই উৎফুল্লিত হৈ পৰিল এহাল পিতৃ-মাতৃ ৷ মুম্বাইলৈ গৈ লক ডাউনৰ বাবে সুদীৰ্ঘ ৭০ দিনৰ বাবে আবদ্ধ হৈ পৰিছিল শিশুটিৰ পিতৃ-মাতৃ ৷

Parents spend restless days as they stuck in mumbai amid lockdown

author img

By

Published : Jun 5, 2020, 10:42 PM IST

Updated : Jun 5, 2020, 11:21 PM IST

কামৰূপ, 5 জুনঃ তিনিমাহৰ অন্তত মাতৃৰ বুকুৰ উম পালে কামৰূপৰ বোৰ্কা গাঁৱৰ এটি ডেৰ বছৰীয়া শিশুয়ে ৷ লক ডাউন আৰম্ভ হোৱাৰ পিচৰে পৰাই পিতৃ-মাতৃৰ পৰা আঁতৰি আছিল শিশুটি ৷ কিয়নো এসপ্তাহৰ বাবে মুম্বাইলৈ গৈ লক ডাউনৰ বাবে আবদ্ধ হৈ পৰিছিল শিশুটিৰ পিতৃ-মাতৃ ৷ সেই সময়ছোৱাত ককাক-আইতাকৰ লগত দিন অতিবাহিত কৰিছিল কণমানিটোৱে ৷

লক ডাউনঃ 90 দিনৰ নিজ শিশুটিক কাষত পাই উৎফুল্লিত পিতৃ-মাতৃ

সম্পূৰ্ণ ৭০ দিনৰ পিতৃ-মাতৃ স্বগৃহলৈ উভতি আহে যদিও, পুনৰ ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া হয় তেওঁলোক ৷ ঘৰতে থাকিও সন্তানক বুকুৰ মাজত ল'ব পৰা নাছিল পিতৃ-মাতৃয়ে ৷ একেটা পৰিসৰৰ ভিতৰতে অন্য এটা ঘৰত গৃহবন্দী হৈ থকা শিশুটিৰ পিতৃ আৰু মাতৃয়ে আতৰৰ পৰাই চাইছিল নিজ সন্তানৰ মুখ ৷ অৱশেষত সম্পূৰ্ণ ৯০ দিনৰ মূৰত শিশুটিক নিজ কোচত ল'বলৈ পাই উৎফুল্লিত হৈ পৰে পিতৃ-মাতৃ ৷

লগতে পঢ়কঃ এসময়ৰ জনপ্ৰিয় "W দা" আজি ৰোগশয্যাত...

Last Updated : Jun 5, 2020, 11:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.