পলাশবাৰী, 12 নৱেম্বৰ: মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত ৭৩ তম পলাশবাৰী ৰাস মহোৎসৱ । বর্ণাঢ্য কাৰ্যসূচীৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে নামনি অসমৰ ঐতিহাসিক ৭৩ তম পলাশবাৰী ৰাসমহোৎসৱৰ। এখন পুষ্পসজ্জিত বাহনেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, গায়ন বায়ন, বেণ্ড,ঢুলীয়া আদিৰে আদৰি অনা হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । ১২ নৱেম্বৰৰ পৰা ১১ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই ৰাস মহোৎসৱত প্ৰথম দিনাই সমবেত হয় অগণন ভক্তপ্ৰান ৰাইজৰ । ৰামায়ণ, মহাভাৰত আদি শাস্ত্ৰৰ আধাৰত শ্ৰীকৃষ্ণই বাল্য কালৰ পৰা যুৱ অৱস্থালৈ কৰা লীলা সমূহৰ প্ৰায় ২৫০ ত কৈ অধিক মৃন্ময় মূৰ্তিয়ে শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে এই ৰাস মহোৎসৱত ।
আৰম্ভ হ'ল পলাশবাৰী ৰাস মহোৎসৱ - ৭৩ তম পলাশবাৰী ৰাস মহোৎসৱৰ শুভ উদ্ধোধন কৰিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
১২ নৱেম্বৰৰ পৰা ১১ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই ৰাস মহোৎসৱত প্ৰথম দিনাই সমবেত হয় অগণন ভক্তপ্ৰান ৰাইজৰ । ৰামায়ণ, মহাভাৰত আদি বিভিন্ন ধৰ্ম গ্ৰন্থৰ আধাৰত শ্ৰীকৃষ্ণই বাল্য কালৰ পৰা যুৱ অৱস্থালৈ কৰা লীলা সমূহৰ প্ৰায় ২৫০ ত কৈ অধিক মৃন্ময় মূৰ্তিয়ে শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে এই ৰাস মহোৎসৱত ।
পলাশবাৰী, 12 নৱেম্বৰ: মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত ৭৩ তম পলাশবাৰী ৰাস মহোৎসৱ । বর্ণাঢ্য কাৰ্যসূচীৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে নামনি অসমৰ ঐতিহাসিক ৭৩ তম পলাশবাৰী ৰাসমহোৎসৱৰ। এখন পুষ্পসজ্জিত বাহনেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, গায়ন বায়ন, বেণ্ড,ঢুলীয়া আদিৰে আদৰি অনা হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । ১২ নৱেম্বৰৰ পৰা ১১ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই ৰাস মহোৎসৱত প্ৰথম দিনাই সমবেত হয় অগণন ভক্তপ্ৰান ৰাইজৰ । ৰামায়ণ, মহাভাৰত আদি শাস্ত্ৰৰ আধাৰত শ্ৰীকৃষ্ণই বাল্য কালৰ পৰা যুৱ অৱস্থালৈ কৰা লীলা সমূহৰ প্ৰায় ২৫০ ত কৈ অধিক মৃন্ময় মূৰ্তিয়ে শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে এই ৰাস মহোৎসৱত ।
১২ নৱেম্বৰৰ পৰা ২২ নবেম্বৰলৈ ১১ দিনীয়া বিস্তৃত কাৰ্যসুচীৰে আয়োজন কৰা এই ৰাস মহোৎসৱত প্ৰথম দিনাই অগনন ভক্তপ্ৰান ৰাইজ সমবেত হয় । ৰামায়ণ,মহাভাৰত,পুৰাণ আদি শাস্ত্ৰৰ আধাৰত ভগৱান শ্ৰী কৃষ্ণৰ বাল্য কালৰ পৰা যুৱ অৱস্থালৈ যমুনা নদীৰ পাৰত কৰা বিভিন্ন লীলা সমুহৰ প্ৰায় ২৫০ত কৈও অধিক মৃন্ময় মূৰ্তিৰে শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে এই ৰাস মহোৎসৱত । স্থানীয় শিল্পীৰ সহায়ত এই মৃন্ময় মুৰ্তি সমূহ সাজি উলিওৱা হৈছে । এই বেলি পলাশবাৰী ৰাস মহোৎসৱৰ মুখ্য আকৰ্ষণ হল বঘাসুৰ বধ আৰ্হিত নিৰ্মান কৰা মুল তোৰন,উৰণীয়া সেতু,আলোকসজ্জা,আনন্দও মেলা আৰু মৃন্ময় মূৰ্তি সমূহ ।ইয়াৰ উপৰিও প্ৰতিদিনে দক্ষিণ কামৰূপীয়া লোক সংস্কৃতিৰ ওপৰত সাংস্কৃতিক অনুষ্ঠান,যাত্ৰা পাৰ্টি,আয়তি নাম আদি অনুষ্ঠিত কৰা হব পলাশবাৰী ৰাস মহোৎসৱত ।
Bite..হিমন্ত বিশ্ব শৰ্মা
Conclusion:আজিৰ এই উদ্বোধনী সভাত ৰাস ক্ৰিয়া নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam