ETV Bharat / state

বিদ্যুতৰ প্ৰসংগত দেবব্ৰত শইকীয়া: দিল্লী মডেল গ্ৰহণ কৰক অসম চৰকাৰে - গুজৰাট

প্ৰতিমাহে বিদ্যুৎ বিভাগ (Electricity Depertment) ত প্ৰায় ৩০০ কোটি টকা লোকচানত থকা বুলি মুখ্যমন্ত্ৰী (CHIEF MINISTER) ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিচতে ওভতি ধৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ।

opposition leader Debabrat Saikia reaction Against Electricity Bill
বিদ্যুৎ প্ৰসংগঃ দিল্লী মডেল গ্ৰহণ কৰক অসম চৰকাৰে
author img

By

Published : Jun 17, 2021, 9:43 PM IST

গুৱাহাটী,17 জুনঃ বিদ্যুতৰ প্ৰসংগত (Electricity) মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (opposition leader Debabrat Saikia)। উল্লেখ যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (CHIEF MINISTER)ই প্ৰতিমাহে বিদ্যুৎ বিভাগ প্ৰায় ৩০০ কোটি টকা লোকচানত থকা বুলি মন্তব্য কৰি গুজৰাট মডেল অনুসৰণ কৰি অসমত তাক ৰূপায়ন কৰাৰ কথা উল্লেখ কৰিছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেবব্ৰত শইকীয়াই কয়-' দৰকাৰ হ'লে চৰকাৰে দিল্লী (DELHI) মডেল লওক, গুজৰাট (GUJRAT) মডেল নহয়। য'ত চৰকাৰে সাধাৰণ ৰাইজৰ বাবে ২০০ ইউনিট (UNIT)লৈ বিজুলী মাফ কৰে।'

সমান্তৰালকৈ নগাঁও জিলাৰ চামগুৰিত বিসংগতিপূৰ্ণ বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি মঙলবাৰে চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় একাংশ ক্ষুব্ধ গ্ৰাহক । পূৰ্বৰ বিলৰ সৈতে কোনো মিলা নথকাকৈ চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদ্যুতৰ বিল প্ৰেৰণ কৰিছে বুলি অভিযোগ কৰিছে একাংশ গ্ৰাহকে।

বিদ্যুৎ প্ৰসংগঃ দিল্লী মডেল গ্ৰহণ কৰক অসম চৰকাৰে

ইফালে দীৰ্ঘদিন ধৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত নাই উচ্চপদস্থ বিষয়া সকল ৷ এই বিসংগতিপূৰ্ণ বিদ্যুৎ বিলৰ অভিযোগ দাখিল কৰিবলৈ গৈ দিনৰ পিছত দিন ধৰি উভতি আহিবলগা হৈছে বুলি আন এক গুৰুতৰ অভিযোগ কৰিছে ৰাইজে । বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাওৰাজ্যত বৰ্তি থকা ক'ভিড পৰিস্থিতিৰ মাজতে স্ব-ইচ্ছাৰে উক্ত বৈদ্যুতিক কোম্পানীৰ বিষয়া কৰ্মচাৰীয়ে বিদ্যুতৰ মাছুল বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰিছে চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তৰ্গত অৰ্ধ শতাধিক গ্ৰাহক সকলে ।

লগতে পঢ়ক-কংগ্ৰেছক অনুকৰণ কৰিবলৈ বিজেপিক আহ্বান গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.