- বেংগালুৰুত অঘটন
- বেংগালুৰুত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হ’ল অসমৰ এগৰাকী মেধাৱী ছাত্ৰী (Accident at Bengaluru)বেংগালুৰুত দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হ’ল ৰঙিয়াৰ পুনম দাস
- নিহত ছাত্ৰীগৰাকীৰ নাম পুনম দাস
- পুনম দাসৰ ঘৰ ৰঙিয়াৰ মিলনপুৰত
- তথ্য অনুসৰি, বেংগালুৰুৰ SRI KRISHNA INSTITUTE OF TECHNOLOGY ত B.Tech ৰ ছাত্ৰী আছিল পুনম
- বৃহস্পতিবাৰে নিশা ৮ বজাত বিমানযোগে ঘৰলৈ ওভতাৰ কথা আছিল পুনমৰপুনৰ বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এগৰাকী যুৱতী
- কিন্তু উক্ত দিনা ঘৰৰ বাবে কিছু বজাৰ কৰিবলৈ ওলাই আহোতেই দুৰ্ঘটনাত পতিত হয় পুনম (One young woman from Rangia died at Bengaluru)
- এখন চলন্ত বাছৰ চকা মূৰৰ ওপৰত উঠি যোৱাৰ ফলতে থিতাতে নিহত হয় ছাত্ৰীগৰাকী
- ইফালে পুনম দাসক মৃত্যুৰ খবৰ বিয়পি পৰাত ৰঙিয়াত পৰিছে শোকৰ ছাঁ