ETV Bharat / state

বকোত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

author img

By

Published : Mar 24, 2020, 1:19 PM IST

বকোৰ ৰাজাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে এখন মহিন্দ্ৰা চুপ্ৰ' গাড়ীয়ে ৷ থিতাতে নিহত গাড়ী চালক ৰবিউল আলী ৷

one-killed-in-road-accident-at-boko
বকোত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

বকো,24 মাৰ্চঃ বকোৰ ৰাজাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ শাল গছত খুন্দা মাৰে এখন মহিন্দ্ৰা চুপ্ৰ'ভানে । দুৰ্ঘটনাত পতিত মহিন্দ্ৰা চুপ্ৰ'খনৰ নম্বৰ AS-15AC-2973। থিতাতে নিহত হয় গাড়ী চালক ৰবিউল আলী। জানিব পৰা মতে,ৰবিউল আলীৰ ঘৰ বৰপেটাৰ বাগদিত।

লগতে পঢ়কঃক'ভিড-19-ৰ বিশ্বজোৰা এক সমীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.