গুৱাহাটী, 1 জুলাই : মুকলিৰ ১০দিন পাচতেই পুনৰ অপৰিস্কাৰ হৈ পৰিল শৰাইঘাটৰ পুৰণি দলং । একাংশ লোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই লেতেৰা হৈ পৰিছে শৰাইঘাট দলং । থু-খেকাৰ, পিক পেলাই লেতেৰা এতাংশ অসচেতন লোকে লেতেৰা কৰিছে দলংখন । উল্লেখ্য যে, তিনিমাহ ধৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে দলংখন মেৰামতিৰ কৰি এক নতুন ৰূপত ২০ জুনত ৰাইজৰ বাবে মুকলি কৰিছিল দলংখনৰ ৷
ইপিনে এই ক্ষেত্ৰত ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷
জনসচেতনতাৰ অভাৱঃ মুকলিৰ ১০দিনৰ পাচতেই কদৰ্যময় শৰাইঘাটৰ পুৰণি দলং - saraighat bridge
পুনৰ অপৰিস্কাৰ হৈ পৰিল শৰাইঘাটৰ পুৰণি দলং । একাংশ নাগৰিকৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই লেতেৰা হৈ পৰিছে শৰাইঘাট দলং ৷
অপৰিস্কাৰ শৰাইঘাটৰ পুৰণি দলং
গুৱাহাটী, 1 জুলাই : মুকলিৰ ১০দিন পাচতেই পুনৰ অপৰিস্কাৰ হৈ পৰিল শৰাইঘাটৰ পুৰণি দলং । একাংশ লোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই লেতেৰা হৈ পৰিছে শৰাইঘাট দলং । থু-খেকাৰ, পিক পেলাই লেতেৰা এতাংশ অসচেতন লোকে লেতেৰা কৰিছে দলংখন । উল্লেখ্য যে, তিনিমাহ ধৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে দলংখন মেৰামতিৰ কৰি এক নতুন ৰূপত ২০ জুনত ৰাইজৰ বাবে মুকলি কৰিছিল দলংখনৰ ৷
ইপিনে এই ক্ষেত্ৰত ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷
Intro:মুকলিৰ ১০দিন পিছতেই অপৰিস্কাৰ শৰাইঘাটৰ পুৰণি দলং। একাংশ লোকৰ কাণ্ডজ্ঞানহীন কাৰ্যত লেতেৰা শৰাইঘাট দলং। এইখন শৰাইঘাটৰ পুৰণি দলং। যোৱা ২০ জুনত ৰাইজৰ বাবে মুকলি কৰা হৈছিল দলংখন। মুকলিৰ কিছুদিন যোৱাৰ পিছতেই এতিয়া লেতেৰা হৈ পৰিছে শৰাইঘাটৰ দলং। কিয়নো একাংশ লোকৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বাবেই অপৰিস্কাৰ হৈ পৰিল দলংখন। দলঙৰ ওপৰেৰে যোৱা একাংশ ভদ্ৰলোকে গুটখাৰ পিকৰে অপৰিস্কাৰ কৰি তুলিছে দলঙৰ ৰেলিংসমূহ। এই খিনিতে উল্লেখ কৰা ভাল যে যোৱা তিনিমাহ ধৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে দলংখন মেৰামতিৰ কৰি এক নতুন ৰূপত ৰাইজৰ বাবে মুকলি কৰিছিল। কিন্তু সাধাৰণ জ্ঞান কনো নোহোৱা একাংশ লোকে থু-খেকাৰ, পিক পেলাই লেতেৰা কৰিছে দলংখন। প্ৰশ্ন হয় কেতিয়া সজাগ হ'ব এইসকল লোক। এই ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনাই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।Body:Hirul Haque Conclusion:Guwahati