গুৱাহাটী, 1 জুলাই : মুকলিৰ ১০দিন পাচতেই পুনৰ অপৰিস্কাৰ হৈ পৰিল শৰাইঘাটৰ পুৰণি দলং । একাংশ লোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই লেতেৰা হৈ পৰিছে শৰাইঘাট দলং । থু-খেকাৰ, পিক পেলাই লেতেৰা এতাংশ অসচেতন লোকে লেতেৰা কৰিছে দলংখন । উল্লেখ্য যে, তিনিমাহ ধৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে দলংখন মেৰামতিৰ কৰি এক নতুন ৰূপত ২০ জুনত ৰাইজৰ বাবে মুকলি কৰিছিল দলংখনৰ ৷
ইপিনে এই ক্ষেত্ৰত ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷
জনসচেতনতাৰ অভাৱঃ মুকলিৰ ১০দিনৰ পাচতেই কদৰ্যময় শৰাইঘাটৰ পুৰণি দলং - saraighat bridge
পুনৰ অপৰিস্কাৰ হৈ পৰিল শৰাইঘাটৰ পুৰণি দলং । একাংশ নাগৰিকৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই লেতেৰা হৈ পৰিছে শৰাইঘাট দলং ৷