ETV Bharat / state

আমিনগাঁও ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - সংখ্যালঘু বিভাগৰ উদ্যোগত

উত্তৰ প্ৰদেশৰ মনিষা বাল্মিকীৰ ধৰ্ষণকাৰীৰ উচিত শাস্তিৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৷

NORTH GHY AMINGAON CONGRESS PROTEST
আমিনগাঁও ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Oct 3, 2020, 1:08 PM IST

কামৰূপ, 3 অক্টোবৰঃ শুকুৰবাৰে নিশা অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ উদ্যোগত কামৰূপ জিলা কংগ্ৰেছ সংখ্যালঘু বিভাগৰ সহযোগত আমিনগাঁও ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ উত্তৰ প্ৰদেশৰ মনিষা বাল্মিকীৰ ধৰ্ষণকাৰীৰ উচিত শাস্তিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ লগতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বৃহৎ কেলেংকাৰী আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াৰ বৃহৎ কেলেংকাৰীৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

আনহাতে মনিষা বাল্মিকীৰ ধৰ্ষণকাৰীক উচিত শাস্তিৰ দাবীত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা ৰাহুল গান্ধীক আৰক্ষীয়ে কৰা প্ৰহাৰৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনায় অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু বিভাগে । বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মী সকলে ।

আমিনগাঁও ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ অহাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.