ETV Bharat / state

ছয়গাঁৱৰ বন্যাৰ্তৰ কাষত ৰেকিবুদ্দিন আহমেদ আৰু কুদ্ৰত - ছয়গাঁও

ছয়গাঁৱৰ চৰাঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰত খাদ্য সংকটত ভূগিবলগীয়া হৈছে বন্যাৰ্তই ৷ তাৰ মাজতে শনিবাৰে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰচেষ্টাত কুদ্ৰত নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই বৰ্নাত্যৰ মাজত খাদী-সামগ্ৰী বিতৰণ কৰি বানপীড়িতসকলক দিয়ে কিছু সকাহ ৷

ছয়গাঁৱৰ বন্যাৰ্তৰ কাষত কুদ্ৰত
author img

By

Published : Jul 21, 2019, 10:25 AM IST

ছয়গাঁও, 21 জুলাই : ৰাজ্যত বৰ্তমানেও উন্নতি ঘটা নাই বান পৰিস্থিতিৰ ৷ বানাক্ৰান্ত লোকসকলে বৰ্তমান ভুগিছে তীব্ৰ খাদ্য সংকটত ৷ সমান্তৰালভাৱে ছয়গাঁও সমষ্টিৰ নৈপৰীয়া তথা চৰাঞ্চলত বসবাস কৰা লোকসকলে আশ্ৰয় শিবিৰত আজি পৰ্যন্ত ভুগিবলগীয়া হৈছে তীব্ৰ খাদ্য সংকটত ৷ বিগত কেইবাদিনো ধৰি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বানপীড়িত লোকৰ খা-খবৰ লোৱাৰ লগতে শনিবাৰে বিধায়কগৰাকীৰ নেতৃত্বত বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হয় কুদ্ৰত নামৰ এটি বেচৰকাৰী সংস্থা ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে গুমী নগৰবেৰা মথাউৰিত আশ্ৰয় লৈ থকা লোক সকলক মমবাতি,চাউল ,চিৰা,বিস্কুট আদি সাহায্য আগবঢ়ায় ৷

ছয়গাঁৱৰ বন্যাৰ্তৰ কাষত কুদ্ৰত

বন্যাৰ্তক সহায়ৰ হাত আগবঢ়ায় বিধায়কগৰাকীৰ অভিযোগমতে বানাক্ৰান্তৰ বাবে চৰকাৰে আগবঢ়োৱা সাহায্য সামগ্ৰী পৰ্যাপ্ত নহয় ৷ বান সাহায্য বিতৰণৰ নামত একাংশ লোকে গাঁওবুঢ়াৰ লগত লগ লাগি অনিয়ম সংঘটিত কৰা বুলিও অভিযোগ কৰে তেওঁ ৷

Intro:ছয়গাঁৱৰ চৰাঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰত খাদ্য সংকটত ভূগিবলগীয়া হৈছে বৰ্নাত্যই ৷ তাৰ মাজতে শনিবাৰে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰচেষ্টাত কুদ্ৰত নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই বৰ্নাত্যৰ মাজত খাদী সামগ্ৰী বিতৰণ কৰি বানপীড়িত সকলক দিয়ে কিছু সকাহ ৷Body:ছয়গাঁও ২১ জুলাই : ৰাজ্যত বৰ্তমানেও সুচল হোৱা নাই বান পৰিস্থিতি ৷ নৈপৰীয়া অঞ্চলৰ ৯০ শতাংশ লোকেই বৰ্তমানে ভূগিছে তীব্ৰ খাদ্য সংকটত ৷ সমান্তৰালভাৱে ছয়গাঁও সমষ্টিৰ নৈপৰীয়া তথা চৰাঞ্চলত বসবাস কৰা লোক সকলে আশ্ৰয় শিবিৰত আজি পৰ্যন্ত ভূগিবলগীয়া হৈছে তীব্ৰ খাদ্য সংকটত ৷ বিগত কেইবাদিনো ধৰি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বানপীড়িত লোকৰ খা খবৰ লোৱাৰ লগতে শনিবাৰে বিধায়ক গৰাকীৰ নেতৃত্বত বানাক্ৰান্ত লোকৰ ওচৰত উপস্থিত হয় কুদ্ৰত নামৰ এটি বেচৰকাৰী সংস্থা ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে গুমী নগৰবেৰা মথাউৰিত আশ্ৰয় লৈ থকা লোক সকলক মমবাতি,চাউল ,চিৰা,বিস্কুট আদি সাহায্য আগবঢ়াই ৷আনহাতে বিধায়ক গৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে বানাক্ৰান্তৰ বাবে আগবঢ়োৱা সাহায্য সামগ্ৰী পৰ্যাপ্ত নহয় ৷ বান সাহায্য বিতৰণৰ নামত একাংশ লোকে গাঁওবুঢ়াৰ লগত লগ লাগি অনিয়ম সংঘটিত কৰা বুলিও তেওঁ অভিযোগ কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ এনে মহানুভৱতাক বানাক্ৰান্ত লোক সকলে ভূয়সী প্ৰশংসা কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ পৰিচালন সঞ্চালক সুৰতি সাজে তেওঁলোকৰ উদ্দেশ্য সমূহ সাংবাদিকৰ আগত বাখ্যা কৰে ৷Conclusion:Byte
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.