গুৱাহাটী,21 মে' : শনিবাৰৰ পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা। অম্বুবাচী মেলাত বিশেষ পূজা অৰ্চনা কৰে নাগা বাবাসকলে। শুকুৰবাৰৰ পৰা কামাখ্যাত আৰম্ভ নাগা বাবাসকলৰ পূজা অৰ্চনা। পৌৰানিক ৰীতি অনুসৰি আৰম্ভ হৈছে সাধু সন্যাসীসকলৰ কাৰ্যসূচী। প্ৰথমে মন্দিৰ চৌহদত পৰিক্ৰমা কৰে দেশী বিদেশী বাবাসকলে। পৰম্পৰা অনুসৰি সমাজৰ শান্তিৰ হকে মাৰ পৰিক্ৰমা কৰে সাধু সন্যাসীসকলে।
কামাখ্যাত আৰম্ভ নাগা বাবাসকলৰ পূজা অৰ্চনা - GUWAHATI
অম্বুবাচী মেলাত বিশেষ পূজা অৰ্চনা কৰে নাগা বাবাসকলে। শুকুৰবাৰৰ পৰা কামাখ্যাত আৰম্ভ নাগা বাবাসকলৰ পূজা অৰ্চনা। পৌৰাণিক ৰীতি অনুসৰি আৰম্ভ হৈছে সাধু সন্যাসীসকলৰ কাৰ্যসূচী। প্ৰথমে মন্দিৰ চৌহদত পৰিক্ৰমা কৰে দেশী বিদেশী বাবাসকলে। পৰম্পৰা অনুসৰি সমাজৰ শান্তিৰ হকে মাৰ পৰিক্ৰমা কৰে সাধু সন্যাসীসকলে।
ETV BHARAT
গুৱাহাটী,21 মে' : শনিবাৰৰ পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা। অম্বুবাচী মেলাত বিশেষ পূজা অৰ্চনা কৰে নাগা বাবাসকলে। শুকুৰবাৰৰ পৰা কামাখ্যাত আৰম্ভ নাগা বাবাসকলৰ পূজা অৰ্চনা। পৌৰানিক ৰীতি অনুসৰি আৰম্ভ হৈছে সাধু সন্যাসীসকলৰ কাৰ্যসূচী। প্ৰথমে মন্দিৰ চৌহদত পৰিক্ৰমা কৰে দেশী বিদেশী বাবাসকলে। পৰম্পৰা অনুসৰি সমাজৰ শান্তিৰ হকে মাৰ পৰিক্ৰমা কৰে সাধু সন্যাসীসকলে।
Intro:কাইলৈৰ পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা। অম্বুবাচী মেলাত বিশেষ পূজা অৰ্চনা কৰে নাগা বাবাসকলে। শুকুৰবাৰৰ পৰা কামাখ্যাত আৰম্ভ নাগা বাবাসকলৰ পূজা অৰ্চনা। পৌৰানিক ৰীতি অনুসৰি আৰম্ভ হৈছে সাধু সন্যাসীসকলৰ কাৰ্যসূচী। প্ৰথমে মন্দিৰ চৌহদত পৰিক্ৰমা কৰে দেশী বিদেশী বাবাসকলে। পৰম্পৰা অনুসৰি সমাজৰ শান্তিৰ হকে মাৰ পৰিক্ৰমা কৰে সাধু সন্যাসীসকলে।
Body:ইয়াৰ পিছত ধৰম ধ্বংজা প্ৰতিষ্ঠা কৰি আৰম্ভ কৰে বাবাসকলৰ কাৰ্যক্ৰমনিকা। এই পৰিক্ৰমাত প্ৰায় ২হাজাৰ সাধু সন্যাসীয়ে অংশগ্ৰহণ কৰে। ইফালে কাইলৈ অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ মাৰ আৰাধনাত নামি পৰিব কামাখ্যা ধামৰ জুনা আখাৰাৰ বাবাসকলে।
Conclusion:HIRUL HAQUE I GUWAHATI