ETV Bharat / state

বকোত বেটাৰী চোৰ গ্ৰেপ্তাৰ

author img

By

Published : Jun 16, 2019, 9:52 PM IST

গ্ৰেপ্তাৰ ফুলচান আলী আৰু শ্বাহ আলম

বকোত বেটাৰী চোৰ গ্ৰেপ্তাৰ

বকো,16 জুনঃ ম'বাইল টাৱাৰৰ বেটাৰী চোৰৰ বিৰুদ্ধে বকো আৰক্ষীৰ সফল অভিযান । দুটা গভাইত চোৰক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ ফুলচান আলী আৰু শ্বাহ আলমক । দুয়োটাৰ ঘৰ দক্ষিণ শালমাৰাৰ বীৰ সিং চৰত । 18 টা ম'বাইল টাৱাৰৰ বেটাৰী উদ্ধাৰ । জব্দ AS01-BH-1648 নম্বৰৰ হোণ্ডাই ইয়নখন । চাৰিজনীয়া দল এটাই এই চুৰি কাৰ্য সম্পন্ন কৰিব আহিছিল । বৰ্তমান দুজন পলাতক । বকো লামপাৰাৰ এক চুৰি ঘটনাক লৈ বকো আৰক্ষীয়ে চলাইছিল অভিযান ।

Intro:Body:ম'বাইল টাৱাৰৰ বেটাৰী চোৰৰ বিৰুদ্ধে বকো আৰক্ষীৰ সফল অভিযান। দুটা গভাইত চোৰক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ ফুলচান আলী আৰু শ্বাহ আলমক। দুয়োটাৰ ঘৰ দক্ষিণ শালমাৰাৰ বীৰ সিং চৰত। ১৮ টা ম'বাইল টাৱাৰৰ বেটাৰী উদ্ধাৰ। জব্দ AS01-BH-1648 নম্বৰৰ হোণ্ডাই ইয়নখন। চাৰিজনীয়া দল এটাই এই চুৰি কাৰ্য সম্পন্ন কৰিব আহিছিল। বৰ্তমান দুজন পলাতক। বকো লামপাৰাৰ এক চুৰি ঘটনাক লৈ বকো আৰক্ষীয়ে চলাইছিল অভিযান।

BYTE_ যোগেন্দ্ৰ বৰ্মন, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বকো থানা।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.