ETV Bharat / state

ধূপধৰা কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত বিধায়ক দীপক কুমাৰ ৰাভা - কোঠাকুঠিৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত অৱস্থিত কোৱাৰেন্টাইন চেন্টাৰ

ধূপধৰা কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত বিধায়ক দীপক কুমাৰ ৰাভা ৷ লোকসকলৰ স্বাস্থ্য সম্পৰ্কীয় খা-খবৰ লোৱাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগ সম্পৰ্কত অৱগত কৰিবলৈ বিধায়কগৰাকীয়ে অনুৰোধ জনায় ৷

MLA Dipak Kumar Rabha visits Dhupdhara quarantine center
ধূপধৰা কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত বিধায়ক দীপক কুমাৰ ৰাভা
author img

By

Published : Jun 23, 2020, 11:08 AM IST

কামৰূপ, 23 জুন : গোৱালপাৰা জিলাৰ ধূপধৰাৰ কোঠাকুঠিস্থিত কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত হ'ল দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা । কোঠাকুঠিৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত অৱস্থিত এই কোৱাৰেন্টাইন চেন্টাৰটো ৷ বহিঃৰাজ্যৰ পৰা অহা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিক উক্ত চেন্টাৰত কোৱাৰেন্টাইন কৰি ৰখা হৈছে ৷ এই লোকসকলৰ স্বাস্থ্য সম্পৰ্কীয় খা-খবৰ লোৱাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগ সম্পৰ্কত অৱগত কৰিবলৈ বিধায়কগৰাকীয়ে অনুৰোধ জনায় ৷

ধূপধৰা কোৱাৰেন্টাইন চেন্টাৰত উপস্থিত বিধায়ক দীপক কুমাৰ ৰাভা

ইয়াৰোপৰি,কোৱাৰেন্টাইন চেন্টাৰত থকা কেইদিন শান্তি-শৃংখলা বজাই ৰখাৰ লগতে সামাজিক দুৰত্ব মানি চলিবলৈ সকলোকে অনুৰোধ জনাই বিধায়ক দীপক কুমাৰ ৰাভাই ।

লগতে পঢ়ক : "গৰ্গ চেটাৰ্জীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাত ব্যৰ্থ সৰ্বা চৰকাৰ"-দেৱব্ৰত শইকীয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.