ETV Bharat / state

দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত মন্ত্ৰী ভবেশ কলিতা - assam election

সোমবাৰে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কট্টাখাট, কানিকুছি আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷ ৰঙিয়া সমষ্টিত মন্ত্ৰী ভৱেশ কলিতাৰ কোনো প্ৰতিদন্দ্বী নাই বুলি মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই । আনকি ২০১৬ চনত যিমান ভোট পাইছিল তাতকৈ এইবাৰ দুগুণ ভোট পাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

দিনে লিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত মন্ত্ৰী ভবেশ কলিতা

author img

By

Published : Mar 23, 2021, 9:45 AM IST

ৰঙিয়া, 23মাৰ্চ: ৰাজ্যত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ সমষ্টিয়ে সমষ্টিয়ে কেৱল ৰাজনৈতিক নেতাৰ নিৰ্বাচনী প্ৰচাৰ ৷ সোমবাৰে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কট্টাখাট, কানিকুছি আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷

ৰঙিয়া সমষ্টিত মন্ত্ৰী ভবেশ কলিতাৰ কোনো প্ৰতিদন্দ্বী নাই বুলি মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই । আনকি ২০১৬ চনত যিমান ভোট পাইছিল তাতকৈ এইবাৰ দুগুণ ভোট পাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

দিনে লিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত মন্ত্ৰী ভবেশ কলিতা

ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত আৰম্ভ আছে ৰাজনৈতিক নেতাৰ কথাৰ কটা-কটি ৷ ৰঙিয়া সমষ্টিত মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰতিদন্দ্বী হিচাপে কাঁচি-হাতুৰী আছে যদিও তাক লৈ চিন্তিত নহয় বুলি মন্তব্য কৰে ৰঙিয়া সমষ্টিৰ মন্ত্ৰী গৰাকীয়ে ৷ কাঁচিৰে ডিঙি কাটিবলৈ আৰু হাতুৰীৰে মূৰত কোবাবৰ বাবে ব্যবহৃত হ’ব বুলি কটু মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

ইফালে বিভিন্ন সমষ্টিয়ে সমষ্টিয়ে পুৱাৰ পৰা নিশাৰ ভাগলৈকে চলোৱা নিৰ্বাচনী সভাত মন্ত্ৰী গৰাকীয়ে বিপুল ভোটত জয়ী হ’ব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক: খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ কৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.