ETV Bharat / state

নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ

অৱশেষত নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ ৷ দেওবাৰে বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰৰ বায়ু সেনা ষ্টেচনলৈ অনা হ'ল বীৰ জোৱানগৰাকীৰ নশ্বৰদেহ ।

author img

By

Published : Nov 15, 2020, 9:09 PM IST

Updated : Nov 15, 2020, 9:42 PM IST

As_kam_martye_deadbody_guwahati_vis_10020
গুৱাহাটী আহি পালে বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ

গুৱাহাটী, 15 নৱেম্বৰঃ অৱশেষত নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ ৷ দেওবাৰে বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰৰ বায়ু সেনা ষ্টেচনলৈ অনা হ'ল বীৰ জোৱানগৰাকীৰ নশ্বৰদেহ । ইয়াৰ পৰা পোনে পোনে সেনা বাহিনীৰ বেছ হাস্পতাললৈ নিয়া হয় শ্বহীদগৰাকীৰ নশ্বৰদেহ ৷

উল্লেখ্য যে, পাকিস্তান সীমান্তত শ্বহীদ হৈছিল ধুবুৰীৰ বিলাসীপাৰাৰ বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰায়। ভাৰতীয় সেনাৰ ৫৯ আৰ্টিলাৰী ৰেজিমেন্টত কৰ্মৰত আছিল শ্বহীদ ৰায় ৷ বেছ হাস্পতালত সামৰিক মৰ্যাদা প্ৰদান কৰাৰ পিছতেই ধুবুৰীলৈ নিয়া হ'ব বীৰ শ্বহীদ গৰাকীৰ নশ্বৰদেহ ৷

শ্বহীদ হৰধন চন্দ্ৰ ৰায়লৈ মুখ্যমন্ত্ৰীৰ শেষ শ্ৰদ্ধাঞ্জলি

লগতে পঢ়ক-2021: বিহাৰত ওৱেইছিয়ে লোৱা ভূমিকা অসমত পালন কৰিব আজমলে

Last Updated : Nov 15, 2020, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.