ETV Bharat / state

জ্যোতিষশাস্ত্ৰ মতে আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে আজি আপোনাৰ দিনটো কেনে যাব ? জানি লওক...

Daily Horoscope for 12th January 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 6:08 AM IST

Updated : Jan 12, 2025, 6:15 AM IST

মেষ ৰাশি : দিন মধ্যমীয়া ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ এলাহ ভাব আহিব পাৰে ৷ গা ধোৱাৰ লগতে মালিচ কৰক ৷ সক্ৰিয় অনুভৱ কৰিব ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

মিথুন ৰাশি : দিন প্ৰায় ভাল ৷ কৰ্মত সফলতা লাভ ৷ ভাগ্য ভাল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ কর্ম বা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷

কৰ্কট ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ হানিকাৰক আলোচনা নকৰিব ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ লক্ষ্য সফল ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷

কন্যা ৰাশি : দিনটো শুভ ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ বিচাৰধাৰা আৰু আলোচনাৰ পৰা বহুত লাভ হʼব ৷ সফল লাভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷

তুলা ৰাশি : চৰকাৰী প্ৰকল্পত সফল ৷ নথিপত্ৰত সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্মৰ প্ৰবল হেঁচা আহিব ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব । কৰ্মত প্ৰায় সফল হʼব ৷

বৃশ্চিক ৰাশি : কর্ম বা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ শান্ত হৈ কর্ম কৰক ৷ খং নিয়ন্ত্ৰণ কৰক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷

ধনু ৰাশি : কাৰ্ম ব্যস্তাত বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কর্ম কৰক ৷

মকৰ ৰাশি : নতুন দায়ীত্ব পাব ৷ নতুন অধ্যয়ন বা কর্মত ব্যস্ত হৈ পৰিব ৷ ভাগৰুৱা অনুভৱ কৰিব ৷ কর্মত প্ৰতিযোগিতা হ’ব, কিন্তু আপুনি বিফল হʼব পাৰে ৷

কুম্ভ ৰাশি : দিনটোত মধ্যমীয়া ৷ পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে ৷ প্ৰেমত শুভ ৷ বন্ধু-বৰ্গৰ লগত দিনটো কটাব পাৰে ৷

মীন ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ হানিকাৰক আলোচনা কৰাৰ দূৰত থাকক ৷ শান্ত হৈ কৰ্ম কৰক ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল হʼব ৷

Last Updated : Jan 12, 2025, 6:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.