ETV Bharat / state

আমিনগাঁৱৰ জয়গুৰু বৌদ্ধ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন - Landslide in Amingaon near Jaygurur Boudha temple

প্ৰকাণ্ড শিল সহ খহি অহা পাহাৰৰ অংশই পুতি পেলালে বৌদ্ধমন্দিৰৰ সমীপৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

Landslide in Amingaon near Jaygurur Boudha temple
আমিনগাঁৱৰ জয়গুৰু বৌদ্ধ মন্দিৰৰ সমীপত ভয়ংকৰ ভুমিস্খলন
author img

By

Published : Jun 26, 2020, 7:55 PM IST

গুৱাহাটী, 26 জুন: গুৱাহাটীৰ আমিনগাঁৱৰ জয়গুৰু বৌদ্ধ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন ৷ শুকুৰবাৰে আবেলি এচটা প্ৰকাণ্ড শিলসহ খহি অহা পাহাৰৰ অংশই পুতি পেলালে বৌদ্ধমন্দিৰৰ সমীপৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ খহি অহা প্ৰকাণ্ড শিল আৰু পাহাৰৰ অংশৰ তলত বাহন সোমাই থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

আমিনগাঁৱৰ জয়গুৰু বৌদ্ধ মন্দিৰৰ সমীপত ভয়ংকৰ ভুমিস্খলন

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলতেই সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনৰ ফলত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত ৷ কথমপি প্ৰাণ ৰক্ষা পৰিছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়ত কৰা যান-বাহনৰ ।

লগতে পঢ়কঃ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব মহানগৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.