ETV Bharat / state

যিমানে কাৰ্যালয় ভাঙিব সিমানে ভোট বাঢ়িব: দিগন্ত কলিতা

কোনো দুৰ্বৃত্তই কৰৰা আৰু পুঠিমাৰীত পৃথকে পৃথকে ভাঙি পেলাই দুটাকৈ নিৰ্বাচনী কাৰ্যালয় ৷ তাৰপিচতে যিমানে কাৰ্যালয় ভাঙিব সিমানে ভোট বাঢ়িব বুলি মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই ।

author img

By

Published : Mar 25, 2021, 8:00 PM IST

কমলপুৰত বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড
কমলপুৰত বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড

বাইহাটা,25 মাৰ্চঃ ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে ৷ তাৰ মাজতে হিংসাত্মক ঘটনা বৃদ্ধি পোৱা দেখা গৈছে ৷ বুধবাৰে নিশাৰ ভাগত কমলপুৰ সমষ্টিৰ দুই ঠাইত কোনো দুৰ্বৃত্তই ভাঙি ছিঙি লণ্ড-ভণ্ড কৰে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় ।

কমলপুৰত বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড

উল্লেখযোগ্য যে, কোনো দুৰ্বৃত্তই কৰৰা আৰু পুঠিমাৰীত পৃথকে পৃথকে ভাঙি পেলাই দুটাকৈ নিৰ্বাচনী কাৰ্যালয় ৷ তাৰপিচতে যিমানে কাৰ্যালয় ভাঙিব সিমানে ভোট বাঢ়িব বুলি মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই । দিগন্ত কলিতাই কংগ্ৰেছলৈ অভিযোগ তুলি কয় যে, কংগ্ৰেছে শংকিত হৈ যদি কাৰোবাক ধমকি দিছে আন কাৰোবাৰ কাৰ্যালয় ভাঙিছে ৷ এয়া কংগ্ৰেছ দলৰ স্বভাৱ বুলিও মন্তব্য কৰে দিগন্ত কলিতাই ৷

লগতে পঢ়কঃ বিতৰ্কত ডিগবৈৰ বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.