ETV Bharat / state

কামাখ্যাত মহাঅম্বুবাচীৰ মহাযোগ

author img

By

Published : Jun 23, 2019, 10:22 AM IST

উখল মাখল নীলাচলৰ বুকু; ভক্তিৰসত বিলীন মা কামাখ্যা ধাম ৷ ভিন্ন বেশ ভূশা ধাৰি বাবাৰে ভৰিছে নীলাচলৰ বুকু ৷ মহাৰাষ্ট্ৰৰ পৰা কামাখ্যালৈ আহিছে ৰেডিঅ' বাবা । লগতে কাশ্মীৰৰ পৰা গাত কেৱল ৰুদ্ৰাক্ষৰ মালা পিন্ধি কামাখ্যালৈ আহিছে ৰুদ্ৰাক্ষ বাবা ।

কামাখ্যাত অম্বুবাচীৰ মহাযোগ

গুৱাহাটী,23জুনঃ উদুলি মুদুলি নীলাচল পাহাৰ । ভক্তিৰসত বিলীন মা কামাখ্যা ধাম । পৰম্পৰা অক্ষুন্ন ৰাখি শনিবাৰৰ পৰা কামাখ্যাত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা । প্ৰতিবছৰৰ দৰেই এইবাৰো ভক্তৰ লানি নিছিগা সোঁত কামাখ্যা ধামত । মাজনিশা ১.৪০ বজাত প্ৰবৃত্তিৰ পিছতেই বন্ধ কৰি দিয়া হৈছে মন্দিৰৰ দুৱাৰ । উল্লেখ্য যে মা ৰজস্বলা হোৱাৰ সময়চোৱাত তিনি দিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ । নিশাও মা কামাখ্যা ধামত সমাগম হ'ল লাখ লাখ ভক্তৰ । ইফালে অম্বুবাচী উপলক্ষ্যে মা কামাখ্যা ধামলৈ আগমন ঘটিছে বিভিন্ন বেশ-ভূষাৰ বাবাসকলৰ । মহাৰাষ্ট্ৰৰ পৰা কামাখ্যালৈ আহিছে ৰেডিঅ' বাবা । ৩৮ বছৰ ধৰি অম্বুবাচীলৈ আহি আছে বাবাই । ৰেডিঅ'টো হৈছে বাবাৰ একমাত্ৰ লগৰী । লগতে কাশ্মীৰৰ পৰা গাত কেৱল ৰুদ্ৰাক্ষৰ মালা পিন্ধি কামাখ্যালৈ আহিছে ৰুদ্ৰাক্ষ বাবা । মুঠৰ ওপৰত বিভিন্ন প্ৰান্তৰ বাবাৰে ভৰি পৰিছে এতিয়া নীলাচল পাহাৰ ৷

Intro:উদুলি মুদুলি নীলাচল পাহাৰ। ভক্তিৰসত বিলীন মা কামাখ্যা ধাম। পৰম্পৰা অক্ষুন্ন ৰাখি শণিবাৰৰ পৰা কামাখ্যাত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা। প্ৰতিবছৰৰ দৰেই এইবাৰো ভক্তৰ লানি নিছিগা সোঁত। মাজনিশা ১.৪০ বজাত প্ৰবৃত্তিৰ পিছতেই বন্ধ কৰি দিয়া হৈছে মন্দিৰৰ দুৱাৰ। মা ৰজস্বলা হোৱাৰ সময়চোৱাত তিনি দিনৰ বাবে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ। নিশাও মা কামাখ্যা ধামত সমাগম হ'ল লাখ লাখ ভক্তৰ। ইফালে অম্বুবাচী উপলক্ষ্যে মা কামাখ্যা ধামত আগমন ঘটিছে বিভিন্ন বেশ ভূষাৰ বাবাসকল। মহাৰাষ্ট্ৰৰ পৰা কামাখ্যালৈ আহিছে ৰেডিঅ' বাবা। ৩৮ধৰি অম্বুবাচীলৈ আহি আছে বাবাই। ৰেডিঅ'টো হৈছে বাবাৰ একমাত্ৰ লগৰী। এইজন ৰুদ্ৰাক্ষ বাবা। কাশ্মীৰৰ পৰা গাত কেৱল ৰুদ্ৰাক্ষৰ মালা পিন্ধি প্ৰতিবছৰে কামাখ্যালৈ আহে বাবা। এনেদৰেই বিভিন্ন প্ৰান্তৰ বাবাৰে ভৰি পৰিছে নীলাচল পাহাৰ।

Body:আনহাতে এই সময়চোৱাত পূজা অৰ্চনা কৰিলে মনোকানা পূৰ্ণ হয়। যাৰ বাবে মা কামাখ্যা ধামত সোঁত বৈছে ভক্তৰ। সমাজত সুখ শান্তি অটুট ৰখাৰ বাবে সকলোৱে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.