ETV Bharat / state

JEE পৰীক্ষা কেলেংকাৰীঃ ১২ দিনৰ ন্যায়িক জিম্মালৈ ভাৰ্গৱ ডেকা

author img

By

Published : Nov 9, 2020, 9:19 PM IST

সোমবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় JEE পৰীক্ষা জালিয়াতিৰ মূল অভিযুক্ত ভার্গৱ ডেকাক। আদালতে ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ভার্গৱ ডেকাক।

jee-exam-case
JEE পৰীক্ষা কেলেংকাৰীঃ ১২ দিনৰ ন্যায়িক জিম্মালৈ ভাৰ্গৱ ডেকা

গুৱাহাটী, 9 নৱেম্বৰ : সোমবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় JEE পৰীক্ষা জালিয়াতিৰ মূল অভিযুক্ত ভার্গৱ ডেকাক। আদালতে ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ভার্গৱ ডেকাক। আৰক্ষীয়ে তদন্তৰ খাতিৰত ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে সেয়া নাকচ কৰে। অহা ২১ নৱেম্বৰত পুনৰ হাজিৰ কৰোৱা হ'ব গ্ল'বেল এডুলাইটৰ স্বত্বাধিকাৰী তথা JEE পৰীক্ষা জালিয়াতিৰ লগত জড়িত ভাৰ্গৱ ডেকাক। ইফালে আৰক্ষীক প্ৰয়োজন সাপেক্ষে কাৰাগাৰতে ভাৰ্গৱ ডেকাক জেৰা কৰিবলৈ নিৰ্দেশ দিয়ে আদালতে।

উল্লেখ্য যে বৰ্তমানো JEE পৰীক্ষা জালিয়াতিৰ ভুৱা পৰীক্ষাৰ্থী গৰাকী জালত পৰা নাই আৰক্ষীৰ। লগতে অনলাইন পৰীক্ষা টেম্পাৰিং কৰা মূল মাষ্টাৰ মাইণ্ডো জালত পৰা নাই।

লগতে পঢ়ক: এন্ধাৰ নাশিবলৈ সাজু মাটিৰ চাকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.