ETV Bharat / state

গছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

গুৱাহাটী-উত্তৰ গুৱাহাটী ছয় লেণ্ড যুক্ত দলঙ নিৰ্মাণত গছ নকটাকৈ দলঙ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ অৰণ্য মানৱ যাদৱ পায়েঙৰ । উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস বেদনা আখ্যা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অৰণ্য মানৱ গৰাকীৰ

http://10.10.50.80:6060///finalout3/assam-nle/finalout/21-November-2019/5133817_786868.mp4
author img

By

Published : Nov 21, 2019, 5:05 PM IST

কামৰূপ, 21 নৱেম্বৰঃ গুৱাহাটী-উত্তৰ গুৱাহাটী ছয় লেণ্ড যুক্ত দলঙ নিৰ্মাণ সন্দৰ্ভত অৰণ্য মানৱ যাদৱ পায়েঙৰ প্ৰতিক্ৰিয়া। গুৱাহাটী-উত্তৰ গুৱাহাটী ছয় লেণ্ড যুক্ত দলঙ নিৰ্মাণত গছ নকটাকৈ দলঙ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ অৰণ্য মানৱ যাদৱ পায়েঙৰ। উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস বেদনা আখ্যা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অৰণ্য মানৱ গৰাকীৰ । যাৰ বাবে বিদেশৰ আৰ্হিত গছ নকটাকৈ চৰকাৰক দলঙ নিৰ্মাণ কৰিবলৈ আহ্বান জনাই যাদৱ পায়েঙে ।

গছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

লগতে চাওকঃনাগালেণ্ডত শান্তিপূৰ্ণ ভাবে সম্পন্ন 18 ঘণ্টীয়া বন্ধ

Intro:AMINGAON JADAB PAENG ABOUT GHY NORTH GHY BRIDGE

গুৱাহাটী- উত্তৰ গুৱাহাটী ছয় লেণ্ড যুক্ত দলঙ নিৰ্মাণ সন্দৰ্ভত অৰণ্য মানৱ যাদব পায়েঙৰ প্ৰতিক্ৰিয়া । Body: চৰকাৰ অনুৰোধ গুৱাহাটী- উত্তৰ গুৱাহাটী ছয় লেণ্ড যুক্ত দলঙ নিৰ্মাণ সন্দৰ্ভতগছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানব পায়েঙৰ । উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস বেদনা আখ্যা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন
অৰণ্য মানব গৰাকীৰ । বিদেশৰ আৰ্হিত গছ নকটাকৈ চৰকাৰক দলঙ নিৰ্মাণৰ আহ্বান যাদব পায়েঙৰ ।

বাইটConclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.