ETV Bharat / state

সাৱধান ! আপোনাৰো প্ৰিয় নেকি ক’ল্ডড্ৰিংক্স ? - ক’ল্ডড্ৰিংক্স

বাইহাটাত মাউণ্টেন ডিউ নামৰ ক’ল্ডড্ৰিংক্সৰ বটলৰ ভিতৰত বিষাক্ত পদাৰ্থ ৷

ক’ল্ডড্ৰিংক্স সেৱন কৰোতে সাবধান!!
author img

By

Published : Jun 16, 2019, 5:46 PM IST

বাইহাটা, 16 জুন: উৎকট গৰমত ক’ল্ডড্ৰিংক্স সেৱন কৰোঁতে সাৱধান হওক ৷ খোৱাৰ আগতে এবাৰ চাই ল’ব ক’ল্ডড্ৰিংক্সৰ বটল ৷ বাইহাটাত মাউণ্টেন ডিউ নামৰ ক’ল্ডড্ৰিংক্সৰ বটলৰ ভিতৰত বিষাক্ত পদাৰ্থ সোমাই থকা পৰিলক্ষিত হ’ল । কামৰূপৰ বাইহাটা চাৰিআলিৰ এখন দোকানৰ পৰা এজন গ্ৰাহকে খাবলৈ বুলি লওঁতেই এইবিধ ক’ল্ডড্ৰিংক্সৰ বটলৰ ভিতৰত পোৱা গ’ল প্লাষ্টিক জাতীয় এবিধ দ্ৰব্য । এই দ্ৰব্যবিধ অতি বিষাক্তও হ’ব পাৰে ।

ক’ল্ডড্ৰিংক্স সেৱন কৰোতে সাবধান!!

লগতে পঢ়ক: বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দু্ৰ্ঘটনা

Intro:Baihata cold drinks position

V/O:---উৎকট গৰমত আপুনি কল্ডড্ৰিংচ খাই নেকি। কি কল্ডড্ৰিংচ খাই। মাউণ্টেন ডিঅ নামৰ কল্ডড্ৰিংচ বিধ খাই নেকি। যদি খাইছিল আজিৰে পৰা নাখাব। এইবিধ কল্ডড্ৰিংচৰ বটলৰ ভিতৰত সোমাই থাকিব পাৰে বিষাক্ত পদাৰ্থ। কামৰূপৰ বাইহাটা চাৰিআলিৰ এখন দোকানৰ পৰা এজন গ্ৰাহকে খাবলৈ বুলি লওতেই এইবিধ কল্ডড্ৰিংচৰ বটলৰ ভিতৰত পোৱা গল প্লাষ্টিক জাতীয় এবিধ দ্ৰব্য। যি দ্ৰব্য বিধ অতি বিষাক্তও হব পাৰে। গতিকে কল্ডড্ৰিংচ সেৱন কৰোতে সাবধান।

বাইট:------Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.