ETV Bharat / state

ৰঙিয়াত আৰক্ষীয়ে জব্দ কৰিলে চুপাৰী ভৰ্তি ট্ৰাক - আৰক্ষী

আৰক্ষীৰ চকুত ধুলি দি কেনেকৈ ইখন জিলাৰ পৰা আন এখন জিলালৈ সৰবৰাহ কৰে লাখ লাখ টকাৰ চুপাৰী ? জব্দ হোৱা চুফাৰীৰ মূল্য কেইবালাখ টকা হ'ব বুলি শুল্ক বিভাগৰ বিষয়াই জানিবলৈ দিয়ে

ৰঙিয়াত আৰক্ষীয়ে জব্দ কৰিলে চুপাৰী ভৰ্তি ট্ৰাক
author img

By

Published : May 9, 2019, 10:27 PM IST

ৰঙিয়া, 9 মেঃ ৰঙিয়াৰ উদিয়ানাৰ পৰা নিশা আৰক্ষীয়ে জব্দ কৰিলে চুপাৰী ভৰ্তি এখন ট্ৰাক ৷ জব্দ কৰা চুপাৰীৰ মূল্য কেবালাখ টকা হ'ব বুলি আৰক্ষীৰ মন্তব্য ৷

ৰঙিয়াত আৰক্ষীয়ে জব্দ কৰিলে চুপাৰী ভৰ্তি ট্ৰাক

প্ৰশাসন আৰু একাংশ আৰক্ষীৰ গোপন মিতিৰালিৰে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ কৰি আহিছে বাৰ্মিজ চুপাৰী। কিন্তু এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়াৰ উদিয়ানাত AS-11CC-8727,নম্বৰৰ ট্ৰাকখন ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে। ট্ৰাকখনত দহ টন চাৰিশ কে জি বাৰ্মিজ চুপাৰী থকা বুলি চালকজনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে। চালকজনে পৰ্যাপ্ত নথি-পত্ৰ দেখুৱাব নোৱাৰাত ট্ৰাকখন শুল্ক বিভাগক চমজাই দিয়ে আৰক্ষীয়ে। ইতিমধ্যে শুল্ক বিভাগে ট্ৰাকখনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। জব্দ হোৱা চুফাৰীৰ মূল্য কেইবালাখ টকা হ'ব বুলি শুল্ক বিভাগৰ বিষয়াই জানিবলৈ দিয়ে। এতিয়া প্ৰশ্ন হয়,আৰক্ষীৰ চকুত ধুলি দি ইখন জিলাৰ পৰা আন এখন জিলালৈ কেনেকৈ সৰবৰাহ কৰে লাখ লাখ টকাৰ চুপাৰী ?

অধিক পঢ়িবলৈ-প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ পুত্ৰক গ্ৰেপ্তাৰ

Intro:ৰঙিয়াত জব্দ বাৰ্মিজ চুফাৰী ভৰ্ত্তি ট্ৰাক। উপযুক্ত নথি দেখুৱাব নোৱাৰা বাবে ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখনBody:প্ৰশাসন আৰু একাংশ আৰক্ষীৰ গোপন মিতিৰালিৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিদিনে সৰবৰাহ হৈ আহিছে বাৰ্মিজ চুফাৰী ।বুধবাৰে নিশা ৰঙিয়াৰ উদিয়ানাত এখন চুফাৰী ভৰ্ত্তি ট্ৰাক জব্দ কৰা ঘটনাই পুনৰ প্ৰমাণ কৰিলে চুফাৰীৰ ৰমৰমীয়া বেহাৰ কথা । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়াৰ উদিয়ানাত AS -11- CC 8727 ,নম্বৰৰ ট্ৰাকখন ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে । ট্ৰাকখনত দহ টন চাৰিশ কে জি বাৰ্মিজ চুফাৰী থকা বুলি চালক জনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে । ট্ৰাকখন শিলচৰৰ পৰা বৰপেটাৰ হাউলীলৈ যাব আহিছিল । চালকজনে পৰ্যাপ্ত নথি -পত্ৰ দেখুৱাব নোৱাৰাত ট্ৰাকখন শুল্ক বিভাগক চমজাই দিয়ে ।শুল্ক বিভাগে ট্ৰাকখনৰ বিৰুদ্ধে এক গোচৰ তৰিছে । জব্দ হোৱা চুফাৰীৰ মূল্য কেইবালাখ হব বুলি বিভাগটোৰ বিষয়াই জানিব দিয়ে। এতিয়া প্ৰশ্ন হয় , শিলচৰৰ পৰা কেইবাখনো জিলা কেনেকৈ পাৰ হয় চুফাৰী ভৰ্ত্তি ট্ৰাক ?
Byte : চালকConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.