বকো,15 মাৰ্চ: বকোৰ চুকুনীয়াপাৰাত সোমবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ ধন জব্দ কৰে আৰক্ষীসহ ফ্লাইং স্কোৱাডে ৷ অভিযানত জব্দ কৰা হৈছে মুঠ 95 হাজাৰ টকা ৷
![money seized at boko](https://etvbharatimages.akamaized.net/etvbharat/prod-images/boko-moneyseizedbyflyingsquad-1503asc10052_15032021201438_1503f_1615819478_498.jpg)
জানিব পৰা মতে, AS 01 EG 8889 নম্বৰৰ এখন মাৰুতী চুজুকী ভানত নগদ ধনখিনি লৈ আনিছিল এজন লোকে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।