ETV Bharat / state

ৰঙিয়া ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুলাই

ৰঙিয়া ষ্টেচনত ৰে'ল আৰক্ষীৰ অভিযান । চুলাই মদৰ বিৰুদ্ধে অভিযান ৰে'ল আৰক্ষীৰ । আৰক্ষীক দেখি ৰে'লেৰে চুলাই সৰবৰাহ কৰি অহা মহিলাৰ মদ এৰি দিলে পলাই পত্ৰং ।

author img

By

Published : Jul 21, 2019, 3:11 PM IST

ৰঙিয়া ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুলাই

ৰঙিয়া, 21 জুলাই : ৰঙিয়া ষ্টেচনত ৰে'ল আৰক্ষীৰ অভিযান । বাক্সাৰ পৰা কেইবাগৰাকী মহিলাই ৰে'লযোগে চুলাই মদ গুৱাহাটীলৈ সৰবৰাহ কৰাৰ মুহূৰ্ততে ৰে'ল আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ এই চুলাই ৷ ইপিনে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ এই চুলাই জব্দ কৰি পাচত নষ্ট কৰি পেলায় চুলাইখিনি ।

Intro:ৰঙিয়া জিআৰপিয়ে জব্দ কৰে চুলাই মদBody:ৰঙিয়া ষ্টেচনত ৰেল আৰক্ষীৰ অভিযান । চুলাই মদৰ বিৰুদ্ধে অভিযান ৰেল আৰক্ষীৰ । আৰক্ষীক দেখি ৰেলেৰে চুলাই সৰবৰাহ কৰি অহা মহিলাৰ মদ এৰি পলাই পত্ৰং । আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মদ জব্দ কৰাৰ পিছত নষ্ট কৰে । বাক্সা জিলাৰ পৰা কেইবাগৰাকী মহিলাই ৰেলযোগে মদ বোৰ গুৱাহাটীলৈ নিবলৈ ওলোৱা মুহূৰ্তত বৃহৎ পৰিমাণৰ এই মদখিনি জিআৰপি আৰক্ষীয়ে জব্দ কৰে । উল্লেখযোগ্য যে ৰঙিয়া ষ্টেচনৰ পৰা ৰেল যোগে দীৰ্ঘদিন ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী বাক্সা জিলাৰ পৰা গুৱাহাটীলৈ অবৈধ চুলাই মদ সৰবৰাহ কৰি আহিছে । জিআৰপিয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই থকাৰ অংশ হিচাপে এই বৃহৎ পৰিমাণৰ মদখিনি জব্দ কৰি পিছত নষ্ট কৰি দিয়ে ।
BITE : Police officer , GRPConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.