ETV Bharat / state

এইবাৰ দক্ষিণ কামৰূপত হিমন্তৰ নাচ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত তুংগত উঠিছে বিভিন্ন দল-সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ ৷ নাচি-বাগি দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তত নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৷

author img

By

Published : Apr 20, 2019, 8:40 PM IST

এইবাৰ দক্ষিণ কামৰূপত হিমন্তৰ নাচ

আজাৰা, 20 এপ্ৰিল : মঞ্চত আকৌ এবাৰ হিমন্তৰ নাচ ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নাচি-বাগি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ ৷ শনিবাৰে অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটৰ জনজাতীয় অধ্যুষিত এলেকাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ৷

এইবাৰ দক্ষিণ কামৰূপত হিমন্তৰ নাচ

হিমন্তৰ লগতে নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিং, ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য সম্পাদক টংকেশ্বৰ ৰাভা,সাংসদ ৰামেশ্বৰ তেলী,বিধায়ক প্ৰণৱ কলিতাৰ লগতে বিজেপিৰ নেতৃবৰ্গ ৷ কংগ্ৰেছে ধুতি লুঙিৰ ৰাজনীতি কৰি অসমবাসীক প্ৰতাৰণা কৰা বুলি জনসভাত কংগ্ৰেছক তীব্ৰভাষাৰে সমালোচনা কৰে বিজেপিয়ে ৷ অসমবাসীৰ বিজেপিৰ প্ৰতি থকা প্ৰীতি দেখি কংগ্ৰেছে ঈৰ্ষান্বিত হৈ যিকোনো মন্তব্য কৰা বুলিও জনসভাতে উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

Slug:-A_Kam_BJP_election_meet_801-806_vis+bite+Photo_Ajay_Das

এইবাৰ নাচি নাচি অসম-মেঘালয় সীমান্তত নিৰ্বাচনী প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই ।

Vo..তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ । আজি দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটত বিজেপিৰ বিশাল নিৰ্বাচনী সভা । জনজাতিয় অধ্যুষিত লোহাৰঘাটত নিৰ্বাচনী ৰনডংকা বজালে বিজেপিয়ে । নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকিল বৃত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,অসমৰ বিজেপি প্ৰভাৰী মহেন্দ্ৰ কুমাৰ সিং,ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য সম্পাদক টংকেশ্বৰ ৰাভা,সাংসদ ৰামেশ্বৰ তেলি,বিধায়ক প্ৰনৱ কলিতাৰ লগতে বিজেপিৰ নেতৃবৰ্গ । ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ চলোৱা জনজাতিয় অধ্যুষিত এই নিৰ্বাচনী প্ৰচাৰ সভাত সহস্ৰাধিক লোক উপস্থিত থাকে । আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকি চৰকাৰৰ বিভিন্ন আচনি সমুহ ভোটাৰ ৰাইজক অৱগত কৰে । লগতে ইমানদিনে 'কংগ্ৰেছে ধুতি লুঙিৰ ৰাজনীতি কৰি অসমৰ মানুহক প্ৰতাৰনা কৰি থকা' বুলি কংগ্ৰেছক তীব্ৰ ভাষাৰে সমলোচনা কৰে । আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে কৰা মন্তব্যৰ কোনো ইচ্ছা প্ৰকাশ নকৰিলে মন্ত্ৰী শৰ্মাই । লগতে ক'লে যে কংগ্ৰেছ বৰ্তমান অতীত ৰাইজ ভৱিষ্যত সেয়েহে হেনো প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে কোনো উত্তৰ দিয়াৰ ইচ্ছা প্ৰকাশ নকৰিলে,আছলতে বিজেপিৰ প্ৰতি থকা মৰম দেখি হিংসা লাগিছে প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.