- আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ সকলো ফেৰী সেৱা
- আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনা
- বিপদ সীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এই সিদ্ধান্ত
- জলপৃষ্ঠ হ্ৰাস নোহোৱালৈকে বাহাল থাকিব এই নিৰ্দেশনা
- ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ীৰ মাজত যাতায়তৰ বাবে হাহাকাৰ
- ব্যৱস্থা কৰা হৈছে অতিৰিক্ত পৰিবহণ নিগমৰ বাছসেৱা
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ সকলো ফেৰী সেৱা বন্ধ - বন্ধ ফেৰী সেৱা
বিপদ সীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এই সিদ্ধান্ত
বন্ধ ফেৰী সেৱা
- আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ সকলো ফেৰী সেৱা
- আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনা
- বিপদ সীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এই সিদ্ধান্ত
- জলপৃষ্ঠ হ্ৰাস নোহোৱালৈকে বাহাল থাকিব এই নিৰ্দেশনা
- ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ীৰ মাজত যাতায়তৰ বাবে হাহাকাৰ
- ব্যৱস্থা কৰা হৈছে অতিৰিক্ত পৰিবহণ নিগমৰ বাছসেৱা
Intro:*NORTH GHY--GHY FERRY BANDH SCRIPT*
👉 আজিৰে পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ।
👉ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰত বৃদ্ধি হোৱা কাৰণে আভ্যন্তৰীণ বিভাগৰ নিৰ্দেশনা।
👉ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হ্ৰাস নোহোৱাকৈ বাহাল থাকিব এই নিৰ্দেশনা।
Body:👉 গুৱাহাটী উত্তৰ গুৱাহাটী মাজত অতিৰিক্ত পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা।
👉 ছাত্ৰ- ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ীৰ মাজত যাতায়তৰ বাবে হাহাকাৰ। Conclusion:👉 নতুনকৈ ১ খন ৰ'ৰ জাহাজ ৩ খন জাহাজ অনাৰ পাছতো নদীৰ পানী বঢ়াৰ লগে লগে ফেৰী বন্ধ কৰাতো চৰকাৰৰ বিফলতা বুলি অভিযোগ।