ETV Bharat / state

গুৱাহাটীৰ ৰেড ক্ৰছ শিশু গৃহৰ 4 টা শিশুৰ পলায়ন, এজনক উদ্ধাৰ

author img

By

Published : Oct 10, 2019, 7:51 PM IST

লংকেশ্বৰস্থিত ৰেড ক্ৰছ শিশু গৃহৰ পৰা বুধবাৰে পুৱাৰ ভাগৰ পৰা চাৰিটাকৈ শিশু পলায়ন কৰি সন্ধানহীন হৈ আছিল । বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাহুল নামৰ ৰেড ক্ৰছ শিশু গৃহৰ 1 টা শিশু ।

মহানগৰীৰ লংকেশ্বৰস্থিত ৰেড ক্ৰছ শিশু গৃহ

গুৱাহাটী,10অক্টোবৰঃ মহানগৰীৰ লংকেশ্বৰস্থিত ৰেড ক্ৰছ শিশু গৃহত চাঞ্চল্যকৰ ঘটনা । শিশুগৃহটোৰ পৰা বুধবাৰে পুৱাৰ ভাগৰ পৰা চাৰিটাকৈ শিশু পলায়ন কৰে ৷ শিশুগৃহটোৰ মূল প্ৰৱেশদ্বাৰৰ এটা সৰু ফাঁকেৰে পলায়ন কৰে শিশুকেইটাই ।

গুৱাহাটীৰ ৰেড ক্ৰছ শিশু গৃহৰ পৰা নিৰুদ্দেশ চাৰিটিকৈ শিশু

অৱশ্যে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাহুল নামৰ ৰেড ক্ৰছ শিশু গৃহৰ 1 টা শিশু । কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে আন 3 টাকৈ শিশু । ঘটনা সন্দৰ্ভত ৰেড ক্ৰছ গৃহৰ কৰ্তৃপক্ষই জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । ইপিনে শিশুকেন্দ্ৰটোত নিৰাপত্তাৰক্ষী থকাৰ পিছতো কেনেদৰে মূল গেটেৰে চাৰিটাকৈ শিশুৱে ওলাই যাব পাৰিলে তাকলৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ।

Intro:মহানগৰীৰ লংকেশ্বৰস্থিত ৰেড ক্ৰছ শিশু গৃহত চাঞ্চল্যকৰ ঘটনা। শিশুগৃহটোৰ পৰা বুধবাৰে পুৱাৰ ভাগৰ পৰা চাৰিটাকৈ শিশু পলায়ন কৰি সন্ধানহীন হৈ আছিল। শিশুগৃহটোৰ মূল প্ৰৱেশদ্বাৰৰ এটা সৰু ফাঁকেৰে ওলাই পলায়ন কৰে শিশুকেইটা। এই ঘটনাৰ পিছতেই শিশুকেন্দ্ৰটোৰ নিৰাপত্তা ব্যৱস্থাকলৈও বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। নিৰাপত্তাৰক্ষী থকাৰ পিছতো কেনেদৰে মূল গেটেৰে ওলাই যাব পাৰিলে চাৰিটিকৈ শিশু। অৱশ্যে বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাহুল নামৰ ৰেড ক্ৰছ এটা শিশু। কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে অইন শিশু তিনিটি ৰেড ক্ৰছ শিশু। ঘটনা সন্দৰ্ভত ৰেড ক্ৰছ গৃহৰ কৰ্তৃপক্ষই জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.