- বিভিন্ন স্থানত ফাঁট মেলিছে প্ৰায় ৩০০ বছৰীয়া পুৰণি দেৱালয় খনৰ ।
- ভূমিকম্পই বিপদ মাতিছে দেৱালয় খনলৈ ।
- দেৱালয়খনৰ লগতে ৰজা দিনীয়া ভোগঘৰতো পৰিলক্ষিত হৈছে বৃহৎ ফাঁট ।
- দেৱালয়খনৰ অস্তিত্বক লৈ শংকিত বিভিন্নজন ।
- নয়নাভিৰাম প্ৰাকৃতিক শোভাৰ মাজত অৱস্থিত অশ্বক্লান্ত দেৱালয় ৰাজ্যৰ পৰ্যটন মানচিত্ৰৰো অন্যতম সম্পদ ।
- ঐতিহাসিক সমল সমূহৰ সংৰক্ষণত গুৰুত্ব নাই চৰকাৰ তথা পৰ্যটন বিভাগৰ ।ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ত ফাট
ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ত ফাঁট - Ahom kingdom
1720 চনতেই আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰিছিল উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক দেৱালয়টো ।

1720 চনতেই আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰিছিল উত্তৰ গুৱাহাটীৰ ব্ৰক্ষ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক দেৱালয়টো
- বিভিন্ন স্থানত ফাঁট মেলিছে প্ৰায় ৩০০ বছৰীয়া পুৰণি দেৱালয় খনৰ ।
- ভূমিকম্পই বিপদ মাতিছে দেৱালয় খনলৈ ।
- দেৱালয়খনৰ লগতে ৰজা দিনীয়া ভোগঘৰতো পৰিলক্ষিত হৈছে বৃহৎ ফাঁট ।
- দেৱালয়খনৰ অস্তিত্বক লৈ শংকিত বিভিন্নজন ।
- নয়নাভিৰাম প্ৰাকৃতিক শোভাৰ মাজত অৱস্থিত অশ্বক্লান্ত দেৱালয় ৰাজ্যৰ পৰ্যটন মানচিত্ৰৰো অন্যতম সম্পদ ।
- ঐতিহাসিক সমল সমূহৰ সংৰক্ষণত গুৰুত্ব নাই চৰকাৰ তথা পৰ্যটন বিভাগৰ ।ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ত ফাট
Intro:*SLUG= NORTH GHY ASWKLANTA DEVALAYA*
👉🏾উত্তৰ গুৱাহাটীৰ ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ত ফাট ।
👉🏾বিভিন্ন স্থানত ফাট মেলিছে প্ৰায় ৩০০ বছৰীয়া পুৰণি দেৱালয় খনত ।
Body:👉🏾ভূইকপে বিপদ মাতিছে দেৱালয় খনলৈ ।
👉🏾দেৱালয়খনৰ লগতে ৰজা দিনীয়া ভোগঘৰতো পৰিলক্ষিত হৈছে বৃহৎ ফাট ।
👉🏾আহোম নৃপতি স্বৰ্গদেউ শিৱসিংহৈ নিৰ্মাণ কৰিছিল এই দেৱালয় খন
👉🏾দেৱালয়খনৰ অস্তিত্বক লৈ শংকিত বিভিন্নজন ।
Conclusion:👉🏾নয়নাভিৰাম প্ৰাকৃতিক শোভাৰ মাজত অৱস্থিত অশ্বক্লান্ত দেৱালয় ৰাজ্যৰ পৰ্যটন মানচিত্ৰৰো অন্যতম সম্পদ ।