ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত GoAir ৰ বিমান যাত্ৰা বাতিল

২ ঘন্টা ধৰি বিমানতে বহি থাকে যাত্ৰীসকল

author img

By

Published : Jul 23, 2019, 9:57 PM IST

বৰঝাৰ বিমানবন্দৰ
  • বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ হাহাকাৰ
  • অক্সিজেন চিলিণ্ডাৰ অভাৱৰ বাবে বাতিল GoAir ৰ এখন বিমানৰ যাত্ৰা
  • ২ ঘন্টা ধৰি বিমানতে বহি থাকে যাত্ৰীসকল
    বৰঝাৰ বিমানবন্দৰ
  • গুৱাহাটীৰ পৰা বাগডোড়া হৈ দিল্লীলৈ ৪:৫০ মিনিটত উৰা মাৰিলে হয় বিমানখন
  • যাত্ৰীৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি বিমান কৰ্তৃপক্ষই লয় এই সিদ্ধান্ত

  • বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ হাহাকাৰ
  • অক্সিজেন চিলিণ্ডাৰ অভাৱৰ বাবে বাতিল GoAir ৰ এখন বিমানৰ যাত্ৰা
  • ২ ঘন্টা ধৰি বিমানতে বহি থাকে যাত্ৰীসকল
    বৰঝাৰ বিমানবন্দৰ
  • গুৱাহাটীৰ পৰা বাগডোড়া হৈ দিল্লীলৈ ৪:৫০ মিনিটত উৰা মাৰিলে হয় বিমানখন
  • যাত্ৰীৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি বিমান কৰ্তৃপক্ষই লয় এই সিদ্ধান্ত
Intro:বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ হাহাকাৰ ! Body:Ocvo…বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ লাগিল হাহাকাৰ ! প্ৰায় আঢ়ৈ ঘন্টা ধৰি যাত্ৰী বহি থাকে বিমানতে । গুৱাহাটীৰ পৰা বাগডোড়া হৈ দিল্লীলৈ ৪:৫০মিনিটত উৰা মাৰিব লগা GoAir বিমান বাতিল । GoAir বিমানৰ G8151ত বিমানত অক্সিজেন চিলিণ্ডাৰ অভাৱৰ বাবে বাতিল কৰিলে বিমানখনৰ যাত্ৰা । প্ৰায় আঢ়ৈা ঘন্টা পিছত বাতিল কৰিলে বিমানখনৰ যাত্ৰা ।
বিমানতে ২ ঘন্টা ধৰি বহি থাকে সাধাৰণ যাত্ৰীৰ লগতে ৰোগীয়া যাত্ৰীও । যাত্ৰীৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি বিমান কৰ্তৃপক্ষই লৈছিল এই সিদ্ধান্ত উৰণৰ সময়ত যাত্ৰী যাতে কোনো বিপদত নপৰে তাৰবাবে লোৱা হৈছিল এই সিন্ধান্ত কিন্তু এখন বিমানত পৰ্যাপ্ত অক্সিজেন নথকাটোও এক গাফিলতিৰ কথা ।Conclusion:উল্লেখ্য যে যাত্ৰীৰ বাবে সেই বিমানখন বাতিল কৰে যদিও বিমান কৰ্তৃপক্ষই যাত্ৰীৰ লগত এক আলোচনাত মিলিত হৈ আছে বুলি জানিব পৰা গৈছে ।





দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.