ETV Bharat / state

বিনিয়োগৰ ক্ষেত্ৰত ইউ টি আই মিউচুৱেল ফাণ্ডৰ বিশেষ পদক্ষেপ - pressmeet

গুৱাহাটীৰ লগতে উত্তৰ-পূৱৰ ক্ষুদ্ৰ উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইউ টি আই মিউচুৱেল ফাণ্ড । গুৱাহাটীত প্ৰতিষ্ঠানটোৰ গ্ৰুপ প্ৰেচিডেণ্ট ভেট্টৰি সুভ্ৰমনিয়ামে সংবাদমেল যোগে প্ৰকাশ কৰে ইউ টি আইৰ ব্যৱসায়িক দিশৰ সবিশেষ তথ্য ।

বিনিয়োগৰ ক্ষেত্ৰত ইউ টি আই মিউচুৱেল ফাণ্ডৰ বিশেষ পদক্ষেপ
author img

By

Published : Jul 27, 2019, 11:08 PM IST

গুৱাহাটী,27জুলাইঃ গুৱাহাটীৰ লগতে উত্তৰ-পূৱৰ ক্ষুদ্ৰ উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইউ টি আই মিউচুৱেল ফাণ্ড । এই বিত্তীয় প্ৰতিষ্ঠানটোৱে উদ্যমী ব্যৱসায়ী সকলক বিনিয়োগ কৰি সফল হোৱাৰ বাট মুকলাই দিব বুলি সংবাদমেল যোগে প্ৰকাশ কৰে গুৱাহাটীত প্ৰতিষ্ঠানটোৰ গ্ৰুপ প্ৰেচিডেণ্ট ভেট্টৰি সুভ্ৰমনিয়ামে । লগতে বৰ্তমান সমগ্ৰ ভাৰতৰ ২৫ খন চহৰত ফাণ্ড মেনেজাৰসকল উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ পদক্ষেপ হাতত লৈছে । উল্লেখ্য যে অসমৰ লগতে গুৱাহাটীৰ সকলো ব্যৱসায়িক দিশ পৰ্যবেক্ষণ কৰিব ইউ টি আই মিউচুৱেল ফাণ্ডৰ পৰ্যৱেক্ষক দলটোৱে ।

Intro: গুৱাহাটীৰ লগতে উত্তৰ-পূৱৰ ক্ষুদ্ৰ উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইউ টি আই মিউচুৱেল ফাণ্ড। এই বিত্তীয় প্ৰতিষ্ঠানটোৱে উদ্যমী ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ কৰি সফল হোৱাৰ বাট মুকলাই দিব। বৰ্তমান সমগ্ৰ ভাৰতৰ ২৫খন চহৰত ফাণ্ড মেনেজাৰসকল উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ পদক্ষেপ হাতত লৈছে। গুৱাহাটীত প্ৰতিষ্ঠানটোৰ গ্ৰুপ প্ৰেচিডেণ্ট ভেটৰি সুভ্ৰমনিয়ামে এক সংবাদমেল সম্বোধন কৰি জনাই এই কথা। বিত্তীয় প্ৰতিষ্ঠানটো এই পদক্ষেপে দেশত কৰ্মসংস্থাপনৰ সৃষ্টি, কৃষিক্ষেত্ৰত বিনিয়োগ, উপাৰ্জনৰ এক পথ মুকলাই দিব। ইফালে অসমৰ লগতে গুৱাহাটীৰ সকলো ব্যৱসায়িক দিশ পৰ্যবেক্ষণ কৰিব ইউ টি আই মিউচুৱেল ফাণ্ডৰ পৰ্যৱেক্ষক দলটোৱে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.