ETV Bharat / state

বালি মাফিয়াৰ আক্ৰমণৰ বলি বন বিষয়া

কুলচি বনাঞ্চলত চলিছে বালি মাফিয়াৰ গুণ্ডাৰাজ !

author img

By

Published : May 15, 2019, 11:23 PM IST

বালি মাফিয়াৰ আক্ৰমণৰ বলি বন বিষয়া

পলাশবাৰী, 15 মে': ৰাজ্যত অব্যাহত বালি মাফিয়াৰ ৰাজ ৷ এই বালিমাফিয়াৰ বলি খোদ বনৰক্ষী ৷ চোকা অস্ত্ৰৰে বনৰক্ষী অনিল স্বৰ্গীয়াৰীক আক্ৰমণ বালি মাফিয়াৰ ৷ অবৈধভাৱে বালি কঢ়িয়াই অনা ট্ৰাকক বনৰক্ষীয়ে বাধা দিয়াত অতৰ্কিতে বনৰক্ষী অনিল স্বৰ্গীয়াৰীক আক্ৰমণ কৰে ৫-৬ জনীয়া বালি মাফিয়াৰ দলে। মাফিয়াৰ দলটোত আছিল মৃদুল ৰাভা,উদয় ৰাভা,লেপটু ৰাভা,চিৰন ৰাভা আৰু বাংগো ৰাভা নামৰ পাঁচজন লোক ৷

বালি মাফিয়াৰ আক্ৰমণৰ বলি বন বিষয়া

আহত বনৰক্ষীজনক চিকিৎসাৰ বাবে ইতিমধ্যেই মিৰ্জা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত কুলচি বনাঞ্চলিক বিষয়া দিলিপ কুমাৰ দাসে 5 আক্ৰমণকাৰীৰ বিৰুদ্ধে পলাশবাৰী থানাত দাখিল কৰিছে এক এজাহাৰ ৷

Slug:-As_kam_15may_Attack_forest_officer_811_as10020

 পশ্চিম কামৰূপ বনসংমণ্ডলৰ অধীনৰ কুলচিত বনৰক্ষীক আক্ৰমন বালি মাফিয়াৰ ।

Vo..ৰাজ্যত এতিয়া চলিছে মাফিয়াৰাজ । এই বনমাফিয়াৰ বলি খোদ বনৰক্ষী । পশ্চিম কামৰূপ বনসংমণ্ডলৰ অধীনৰ কুলচিত বনৰক্ষীক আক্ৰমন বালি মাফিয়াৰ । চোকা অস্ত্ৰৰে বনৰক্ষী অনিল স্বৰ্গীয়াৰীক আক্ৰমন বালি মাফিয়াৰ । অবৈধভাৱে বালি কঢ়িয়াই অনা ট্ৰাকক বনৰক্ষীয়ে বাধা দিয়াত অতৰ্কিতে আক্ৰমন কৰে ৫-৬ জনীয়া বালি মাফিয়াৰ দলে । অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ বালি মাফিয়াই চলাই আছিল অবৈধ বালিৰ ৰমৰমীয়া বেহা । আহত বনৰক্ষীজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ মিৰ্জা চিকিৎসালয় লৈ আহি চিকিৎসা প্ৰদান কৰে । পিছত কুলচি বনাঞ্চলিক বিষয়া দিলিপ কুমাৰ দাসে ঘটনা সন্দৰ্ভত বনৰক্ষী জনক আক্ৰমন কৰা ৫ জন লোকৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আক্ৰমনকাৰী মৃদুল ৰাভা(টুকলু),উদয় ৰাভা,লেপটু ৰাভা,চিৰন ৰাভা আৰু বাংগো ৰাভাৰ দাখিল কৰে এই এজাহাৰ ।আঘাটপ্ৰাপ্ত বনৰক্ষীজন বৰ্তমান সংকটমুক্ত ।

 Bite1..Range Officer
 Bite2.. injured officer

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.