ETV Bharat / state

বকোত পানীত ডুব গ'ল বিভিন্ন অঞ্চল - fani

পানীৰ প্ৰবল সোঁতে ভাঙি পেলায় ডিৰিমা, বালিঝাৰ, ডেকাপাৰাত শিংৰা নদীৰ ওপৰৰ থকা ভালেকেইখন কাঠৰ আৰু বাঁহৰ দলং৷ ভঙা দলংসমূহ উটি আহি শিংৰা শ্লুইচ গেট আৰু ১নং বৰুৱাপথাৰ শ্লুইচ  গেটত লাগি থকাৰ ফলত পানী জমা হৈ নষ্ট হয় একাংশ খেতিপথাৰ ৷ পাহাৰতলী প্ৰাথমিক বিদ্যালয়ত এটা অস্থায়ী শিবিৰত আশ্ৰয় লৈছে বানপীড়িত ৰাইজে ৷

ফেনীৰ কবলত বানত ডুব গ'ল বকোৰ বিভিন্ন অঞ্চল
author img

By

Published : May 5, 2019, 5:25 PM IST

বকো, 5 মে' :ৰাজ্যত অব্যাহত নেৰানেপেৰা বৰষুণ ৷ দুদিন ধৰি হৈ থকা বৰষুণৰ ফলত পানীৰ তলত বকোৰ বহু অঞ্চল ৷

জলমগ্ন হৈ পৰিছে বকোৰ সমীপৰ খামাৰ, কলিয়াবড়ীৰ বিভিন্ন ঠাই৷ বালিঝাৰ, পাহাৰতলী, ভড়ালীপাৰা আদি অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বান ৷

ফেনীৰ কবলত বানত ডুব গ'ল বকোৰ বিভিন্ন অঞ্চল

আনহাতে পানীৰ প্ৰবল সোঁতে ভাঙি পেলায় ডিৰিমা, বালিঝাৰ, ডেকাপাৰাত শিংৰা নদীৰ ওপৰৰ থকা ভালেকেইখন কাঠৰ আৰু বাঁহৰ দলং৷ ভঙা দলংসমূহ উটি আহি শিংৰা শ্লুইচ গেট আৰু ১নং বৰুৱাপথাৰ শ্লুইচ গেটত লাগি থকাৰ ফলত পানী জমা হৈ নষ্ট হয় একাংশ খেতিপথাৰ ৷ পাহাৰতলী প্ৰাথমিক বিদ্যালয়ত এটা অস্থায়ী শিবিৰত আশ্ৰয় লৈছে বানপীড়িত ৰাইজে ৷

Intro:সাগৰীয় ধুমুহা ফনিৰ প্ৰভাৱ বকোত। যোৱা দুদিন নেৰানেপেৰা বৰষুণৰ পিছত বকোৰ বহু অঞ্চলৰ পানীৰ তলত। বকোৰ সমীপৰ খামাৰ, কালিয়াবড়ীত পানীৰ উপদ্ৰৱ। বালিঝাৰ, পাহাৰতলী, ভড়ালীপাৰা আদি অঞ্চলত কৃত্ৰিম বানপানী। মেঘালয়ৰ পৰা নামি অহা পানীত ডুব গ'ল বহু পৰিয়ালৰ ঘৰ-দুৱাৰ। প্ৰায় ৩০০ পৰিয়ালৰ ঘৰৰ ভেটি পানীৰ তলত। বালিঝাৰ, ডেকাপাৰাত শিংৰা নদীৰ ওপৰৰ কাঠৰ আৰু বাহঁৰ দলং ভাঙিলে পানীৰ সোঁতে। অৱশ্যে পুৱাৰ পৰা বকোত নাই বৰষুণ।Body:আনহাতে, পানীৰ প্ৰৱাল সোতেঁ ভাঙি পেলোৱা বকোৰ ডিৰিমা, বালিঝাৰ, ডেকাপাৰাত শিংৰা নদীৰ ওপৰৰ কাঠৰ আৰু বাহঁৰ দলংকেইখন ভাহি গৈ শিংৰা নদীত থকা জলসিঞ্চন বিভাগৰ শিংৰা চুইচ গেট আৰু ১নং বৰুৱাপথাৰ চুইচ গেটত লাগি ধৰাৰ ফলত পানীৰ সোঁত বন্ধ হৈ যায় আৰু বহু কেইখন গাৱঁ আৰু খেতিপথাৰ বিনষ্ট কৰে।Conclusion:ইতিমধ্যে, ক্ষতিগ্ৰস্ত ৰাইজে বৰুৱা পাহাৰতলী প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিবিৰ পাতি খোৱা লোৱাৰ ব্যৱস্থা কৰিছে। এই দলংসমূহ ভাঙি যোৱাৰ ফলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.