ETV Bharat / state

কৃষকৰ প্ৰতিবাদত উত্তাল কমলপুৰ - কমলপুৰ

ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথৰ কাষৰ মাটি ক্ৰয় কৰি বিতৰ্কিত ব্যৱসায়ী পৱন সোনীয়ে এফালৰ পৰা জলাশয়টো পুতি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি কৃষকসকলে জানিবলৈ দিয়ে ৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব পৰা বিষয়টোৰ সন্দৰ্ভত অঞ্চলবাসীয়ে কামৰূপ জিলা প্ৰশাসন আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াক বাৰম্বাৰ অৱগত কৰে যদিও এইক্ষেত্ৰত প্ৰশাসনে ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷

কৃষকৰ প্ৰতিবাদত উত্তাল কামৰূপৰ কমলপুৰ
author img

By

Published : Apr 28, 2019, 11:39 AM IST

বাইহাটা , 28 এপ্ৰিল : কামৰূপ জিলাৰ অন্তৰ্গত কমলপুৰত কেইবা শতাধিক কৃষকে কামৰূপ জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আল্টা গাঁৱৰ সাতামপুৰুষীয়া এটি জলাশয় পুতি এগৰাকী বিতৰ্কিত ব্যৱসায়ীয়ে উদ্যোগ স্থাপন কৰিবলৈ লোৱা কাৰ্যত ক্ষুব্ধ হৈ কৃষিজীৱি লোকসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

কৃষকৰ প্ৰতিবাদত উত্তাল কামৰূপৰ কমলপুৰ

কমলপুৰ মৰোৱা পথৰ দলঙৰ কাষত যি জলাশয় আছে সেয়া কেইবা শ বছৰ ধৰি বৃহত্তৰ অঞ্চলটোৰ পানী যোৱা একমাত্ৰ পথ হোৱাৰ লগতে অঞ্চলটোৰ মাছ, কাছ , জলজ প্ৰাণী আৰু পৰিভ্ৰমী পক্ষীৰ আৱাসভূমি ৷ জলাশয়টোৰ সোমাজেৰে আছে ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথ ৷ কৃষক সকলৰ অভিযোগ অনুসৰি বৃহত্তৰ অঞ্চলটোৰ পানী নিষ্কাষণৰ একমাত্ৰ পথটো অনা অসমীয়া ব্যৱসায়ীগৰাকীয়ে পুতি পেলায় ৷

ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথৰ কাষৰ মাটি ক্ৰয় কৰি বিতৰ্কিত ব্যৱসায়ী পৱন সোনীয়ে এফালৰ পৰা জলাশয়টো পুতি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি কৃষকসকলে জানিবলৈ দিয়ে ৷ অঞ্চলটোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব পৰা বিষয়টোৰ সন্দৰ্ভত অঞ্চলবাসীয়ে কামৰূপ জিলা প্ৰশাসন আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াক বাৰম্বাৰ অৱগত কৰে যদিও এইক্ষেত্ৰত প্ৰশাসনে ৰহস্যজনক ভুমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷ সেয়ে অঞ্চলটোৰ ক্ষোভিত কৃষকসকলে জলাশয়টোৰ কাষত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে কৃষিজীৱি লোকসকলে কৃষি ভূমিসমুহ ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায় ৷

Intro:কৃষকৰ প্ৰতিবাদ উত্তাল কামৰূপৰ কমলপুৰ।

👉জলাশয়- নৰকাসুৰ পথ পুতি উদ্যোগ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ কৃষকৰ।

👉অৰ্ধশতাধিক গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ।

VO- কমলপুৰ আল্টাৰ কেইবা শতাধিক কৃষকে কামৰূপ জিলা প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । আল্টা গাঁৱৰ সাতাম পুৰুষীয়া এটি জলাশয় পুতি এগৰাকী বিতৰ্কিত অনা অসমীয়াই উদ্যোগ স্থাপন কৰিবলৈ ওলোৱা কাৰ্যত ক্ষুব্ধ হৈ কৃষিজীবি লোক সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ।বৃহত্তৰ অঞ্চলটোৰ পানী নিষ্কাষনৰ একমাত্ৰ পথটো অনা অসমীয়া ব্যৱসায়ী গৰাকীয়ে পুতি পেলায় । কমলপুৰ মৰোৱা পথৰ দলঙৰ কাষত যি জলাশয় আছে সেয়া কেইবা শ বছৰ ধৰি বৃহত্তৰ অঞ্চলটোৰ পানী যোৱা একমাত্ৰ পথ হোৱাৰ লগতে অঞ্চলটোৰ মাছ, কাছ , জলজ প্ৰাণী আৰু পৰিভ্ৰমী পক্ষীৰ আবাসভূমি । জলাশয়টোৰ সোমাজেৰে আছে ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথ। এই ইতিহাস প্ৰসিদ্ধ নৰকাসুৰ পথৰ কাষৰ মাটি ক্ৰয় কৰি বিতৰ্কিত ব্যৱসায়ী পবন সোনীয়ে এফালৰ পৰা জলাশয়টো পুতি বৃহত্তৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে ভাবুকি। বৃহত্তৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰলৈকে ভাবুকি কঢ়িয়াই আনিব পৰা বিষয়টো
সন্দৰ্ভত অঞ্চল বাসীয়ে কামৰূপ জিলা প্ৰশাসন আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াক বাৰম্বাৰ অৱগত কৰিছে যদিও এইক্ষেত্ৰত প্ৰশাসনে ৰহস্য জনক ভুমিকা গ্ৰহন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে। যাৰ ফলত বিতৰ্কিত ব্যৱসায়ী
পবন সোনীয়ে জলাশয়টোৰ বেছি ভাগ ঠাই পুতি পেলাবলৈ সক্ষম হৈছে। সেয়ে অঞ্চলটোৰ ক্ষোভিত কৃষক সকলে জলাশয়টোৰ কাষত অবস্থান কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বৃহত্তৰ অঞ্চলটো ৰ কৃষিজীবি লোক সকলে কৃষি ভুমি সমুহ ৰক্ষা কৰিবলৈ দাবী জনাই জিলা প্ৰশাসনক।
Byte-
.Body:.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.