ৰঙিয়া, 10 মে' : অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত চৰকাৰী কৰ্মচাৰী ৷ ৰঙিয়াৰ জনস্বাস্থ্য কাৰীকৰি অভিযন্তাৰ কাৰ্যালয়ৰ দৃশ্য এইয়া ৷ খালী হৈ পৰি ৰৈছে ইখনৰ পাচত সিখন বিষয়া-কৰ্মচাৰীৰ চকী ৷ কোনো ধৰণৰ ছুটী নোলোৱাকৈয়ে কাৰ্যালয়ত অনুপস্থিত ছয়গৰাকীকৈ বিষয়া-কৰ্মচাৰী ৷ সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ অভিযোগৰ ভিত্তিত ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ তৰফৰ কাৰ্যকৰী দণ্ডাধীশ জয়ন্ত কুমাৰ দাসে চলোৱা আকস্মিক পৰিদৰ্শনত ওলাই পৰিল সকলো তথ্য ৷ পৰিদৰ্শনৰ সময়ত অনুপস্থিত থকা বিষয়াকেইগৰাকী ক্ৰমে গীতা চৌধুৰী, ৰেখাৰাণী বৰুৱা, তাপস ৰঞ্জন দাস আৰু জিতেন ভূঞাৰ লগতে কৰ্মচাৰী মদন কলিতা আৰু সদানন্দ কলিতা । কোনো ধৰণৰ ছুটী নোলোৱাকৈয়ে এনেদৰে কাৰ্যালয়ত উপস্থিত থকা ছয়গৰাকী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মত প্ৰকাশ কৰে কাৰ্যকৰী দণ্ডাধীশ জয়ন্ত কুমাৰ দাসে ৷
কামৰ সময়ত কিয় কাৰ্যালয়ত নাথাকে চৰকাৰী কৰ্মচাৰী ? - ৰঙিয়া
অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত চৰকাৰী কৰ্মচাৰী ৷ কোনো ধৰণৰ ছুটী নোলোৱাকৈ কাৰ্যালয়ত অনুপস্থিত থকা ছয়গৰাকীকৈ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা
![কামৰ সময়ত কিয় কাৰ্যালয়ত নাথাকে চৰকাৰী কৰ্মচাৰী ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3242381-thumbnail-3x2-hnkm.jpg?imwidth=3840)
ৰঙিয়া, 10 মে' : অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত চৰকাৰী কৰ্মচাৰী ৷ ৰঙিয়াৰ জনস্বাস্থ্য কাৰীকৰি অভিযন্তাৰ কাৰ্যালয়ৰ দৃশ্য এইয়া ৷ খালী হৈ পৰি ৰৈছে ইখনৰ পাচত সিখন বিষয়া-কৰ্মচাৰীৰ চকী ৷ কোনো ধৰণৰ ছুটী নোলোৱাকৈয়ে কাৰ্যালয়ত অনুপস্থিত ছয়গৰাকীকৈ বিষয়া-কৰ্মচাৰী ৷ সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ অভিযোগৰ ভিত্তিত ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ তৰফৰ কাৰ্যকৰী দণ্ডাধীশ জয়ন্ত কুমাৰ দাসে চলোৱা আকস্মিক পৰিদৰ্শনত ওলাই পৰিল সকলো তথ্য ৷ পৰিদৰ্শনৰ সময়ত অনুপস্থিত থকা বিষয়াকেইগৰাকী ক্ৰমে গীতা চৌধুৰী, ৰেখাৰাণী বৰুৱা, তাপস ৰঞ্জন দাস আৰু জিতেন ভূঞাৰ লগতে কৰ্মচাৰী মদন কলিতা আৰু সদানন্দ কলিতা । কোনো ধৰণৰ ছুটী নোলোৱাকৈয়ে এনেদৰে কাৰ্যালয়ত উপস্থিত থকা ছয়গৰাকী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মত প্ৰকাশ কৰে কাৰ্যকৰী দণ্ডাধীশ জয়ন্ত কুমাৰ দাসে ৷
V.O:-আজি ৰঙিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়টো আকস্মিকভাৱে পৰিদৰ্শন কৰে কাৰ্য্যকৰী দণ্ডাধীশ জয়ন্ত কুমাৰ দাসে। সদৌ অসম গৰিয়া যুৱ-ছাত্র পৰিষদৰ অভিযোগৰ ভিত্তিত ৰঙিয়া মহকুমাধিপতী কাৰ্যালয়ৰ তৰফৰ পৰা চলোৱা এই পৰিদৰ্শনত কাৰ্য্যালয়টোৰ ছয় গৰাকী বিষয়া আৰু কৰ্মচাৰীৰ অনুপস্থিতি ধৰাত পৰে। পৰিদৰ্শনৰ সময়ত অনুপস্থিত থকা বিষয়া কেইগৰাকী হ'ল গীতা চৌধুৰী, ৰেখাৰাণী বৰুৱা, তাপস ৰঞ্জন দাস আৰু জিতেন ভূঞাৰ লগতে কৰ্মচাৰী মদন কলিতা আৰু সদানন্দ কলিতা। এই আটাইকেইজন বিষয়া কৰ্মচাৰীয়ে কোনো ধৰণৰ ছুটি নোলোৱাকৈ অকৰ্তীত্ত্বশীল ভাৱে কাৰ্যালয়ত উপস্থিত নাছিল। উল্লেখযোগ্য যে এটা জাতীয় সংগঠনৰ উপদেষ্টা হৈ থকা কলিতা উপাধিৰ এজন ব্যক্তিয়ো উক্ত বিভাগত কৰ্মৰত। তৎসত্ত্বেও উক্ত বিভাগটোত সময়মতে বিষয়া-কৰ্মচাৰী উপস্থিত নাথাকে। কৰ্যালয়টোত মদ আৰু জুৱাৰ আড্ডা বহাকে ধৰি বিভিন্ন দুৰ্নীতি চলে বুলি অভিযোগ কৰে সংগঠনটোৱে।
উল্লেখ যোগ্য যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গৰিয়া যুৱ ছাত্র পৰিষদৰ উপ সভাপতি আজিজুৰ ৰহমানে তথ্য বিচাৰি আবেদন কৰাত বিভাগটোৰ ফালৰ পৰা যাৱতীয় তথ্য প্ৰদানৰ নামত ২১৯৪ টকা বিচাৰি বিভাগটোৰ তথ্য বিষয়া সহকাৰী কাৰ্যবাহী অভিযন্তা জিতেন ভূঞা ই আৰু কাৰ্যবাহী অভিযন্তা গায়ত্ৰী ভট্টাচাৰ্যই চিঠি প্ৰেৰণ কৰিছিল। কিন্তু বিভাগটোৰ উচ্চবৰ্গৰ সহায়ক আৰু শীৰ্ষ বিষয়া কোনে এই ধনৰাশী জমা ৰাখিব সেই কথাও তেওঁলোকে অৱগত নহয়।
Bite:- জয়ন্ত কুমাৰ দাস, (কাৰ্যকৰী দণ্ডাধীশ)
আজিজুৰ ৰহমানConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা