ETV Bharat / state

পঞ্চায়তে পঞ্চায়তে এতিয়া বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতা...

author img

By

Published : Mar 16, 2021, 9:45 PM IST

সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনৰ গৰম বতাহ । এই ক্ষেত্ৰত পিছপৰি থকা নাই কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতা । সাধাৰণ ৰাইজৰ পাৰ ভঙা উছাহ দেখি অতিকৈ আনন্দিত হৈ পৰিছে প্ৰাৰ্থী গৰাকী । প্ৰতিদিনে সমষ্টিটোৰ অন্তৰ্গত দুটা পঞ্চায়তৰ সাধাৰণ ৰাইজৰ লগত মত বিনিময় কৰি আহিছে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ।

পঞ্চায়তে পঞ্চায়তে ঘূৰিছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতা

বাইহাটা,16 মাৰ্চ: সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনৰ গৰম বতাহ । এইক্ষেত্ৰত পিছ পৰি থকা নাই কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতা । সাধাৰণ ৰাইজৰ পাৰ ভঙা উছাহ দেখি অতিকৈ আনন্দিত হৈ পৰিছে প্ৰাৰ্থী গৰাকী । প্ৰতিদিনে সমষ্টিটোৰ অন্তৰ্গত দুটা পঞ্চায়তৰ সাধাৰণ ৰাইজৰ লগত মত বিনিময় কৰি আহিছে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ।

পঞ্চায়তে পঞ্চায়তে এতিয়া বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতা

কমলপুৰ সমষ্টিৰ অন্তৰ্গত কেন্দুকোণা পঞ্চায়তৰ বিভিন্ন মন্দিৰ, নামঘৰ আদিত উপস্থিত হৈ ৰাইজৰ আশীষ লয় বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাই । দিগন্ত কলিতাই কমলপুৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যক সমালোচনা কৰি মন্তব্য কৰে যে, নিৰ্বাচনৰ কেইদিনমান আগলৈকে বিজেপিত যোগদান কৰাৰ বাবে যো-জা চলোৱা কিশোৰ ভট্টাচাৰ্যই এসপ্তাহ আগলৈকে কি দলত থাকিব তাক নিৰ্ণয় কৰিব পৰা নাছিল ৷

লগতে পঢ়ক: বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.