ETV Bharat / state

ড্ৰাগছ সহ হাজো আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী - এ.এছ-01-এ.এইচ-2985 নম্বৰৰ ছেন্ট্ৰ’ গাড়ী এখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে

হাজোত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ৷ জব্দ প্ৰায় দুই লাখ টকাৰ COREX ৰ 1200 টা বটল ।

হাজোত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Oct 5, 2019, 7:23 PM IST

হাজো, 5 অক্টোবৰঃ হাজোত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ৷ হাজো আৰক্ষীৰ ড্ৰাগছ মুক্ত কৰাৰ অভিযান অব্যাহত ৷ এই অভিযানত জব্দ প্ৰায় দুই লাখ টকাৰ COREX ৰ 1200 টা বটল । গুৱাহাটীৰ পৰা হাজো অভিমূখী এ.এছ-01-এ.এইচ-2985 নম্বৰৰ ছেন্ট্ৰ’ গাড়ী এখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নিচাযুক্ত সামগ্ৰীখিনি ৷ তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে কুলদীপ দাস, আব্দুল আজিজ আৰু চামচুল আলীক দ্ৰব্যখিনিৰ লগত আৰক্ষীয়ে আটক কৰে ৷

Intro:

Slug-HAJO DRUGS RECOVERY BY HAJO POLICE

SCRIPT- হাজো আৰক্ষীৰ হাজো ড্ৰাগছ মুক্ত কৰাৰ বিৰুদ্ধে অভিযান অব্যাহত । অভিযানত জব্দ প্ৰায় দুই লাখ টকাৰ COREXৰ ১২০০টা বটল । Body:এক বিশেষ খবৰৰ ভিত্তিত হাজো আৰক্ষী যে হাজো থানাৰ সন্মুখত গুবাহাটীতৰ পৰা হাজো অভিমুখে আহি থকা এখন AS-01-AH-2985 নম্বৰৰ SANTRO গাডীৰ পৰা , ১০কাৰ্টুন-COREXৰ বটল সহ তিনা ড্ৰাছ ব্যাবসাযীক আটক কৰে হাজো আৰক্ষীযে। গুৱাহাটীৰ পৰা হাজোৰ অভিমুখে এখন AS 01 AH-2985 নম্বৰৰ SANTRO গাডী ১০কাৰ্টন COREXৰ বটলআনি থকা অৱস্থাতে আৰক্ষীয়ে হাতে লোতে বাহনসহ আটক কৰে তিনি ড্ৰাছ সৰবৰাহকাৰী ব্যাবসায়ীক।Conclusion:আটকাধীন তিনিড্ৰাছ্ ব্য ৱসায়ী ক্ৰমে কুলদীপ দাস, আব্দুল আজিজ,আৰু চামচুল আলী।তিনিওৰে ঘৰ গুৱাহাটী ধীৰেনপাৰাত।উল্লেখ্য যে হাজো আৰক্ষীযে ইযাৰ আগতে হাজো ড্ৰাছ মুক্ত কৰাৰ বাবে হাজোৰ বিভিন্ন ঠাইত অভিযান চলাই ড্ৰাছ ব্যবসাযীক আটক কৰিছে ।এই অভিযান অব্যাহত আছে।

Byte- হাজো আৰক্ষী বিষযা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.