ETV Bharat / state

অবাধে ধ্বংস সেউজ পাহাৰ ! নিমাত বন বিভাগ - আমিনগাঁও

কামৰূপৰ ঠায়ে ঠায়ে ব্যাপক বন ধ্বংস ৷ অসাধু ব্যৱসায়ীয়ে বন বিভাগক মেনেজ কৰি চলাইছে ৰমৰমীয়া অবাধ বেহা ৷

Destroy Hills of Kamrup
অবাধে ধ্বংস সেউজ পাহাৰ ! নিমাত বন বিভাগ
author img

By

Published : Jan 25, 2020, 1:24 PM IST

কামৰূপ, 25 জানুৱাৰীঃ বন ধ্বংসৰ অবাধ বেহা কামৰূপত ৷ কামৰূপৰ বিভিন্ন ঠাইত উপদ্ৰৱ বনধ্বংসকাৰী অসাধু ব্যৱসায়ীৰ ৷ এফালৰ পৰা তহিলং কৰিছে উত্তৰ কামৰূপৰ সেউজ বননি ৷ আৰক্ষী প্ৰশাসন তথা বন বিভাগক মেনেজ কৰিয়েই চলিছে এই ৰমৰমীয়া ব্যৱসায় ৷ কামৰূপৰ দীৰ্ঘেশ্বৰী, আমিনগাঁও, চাংসাৰী, চিলা, মলং, মান্দাকাটাৰ বিভিন্ন পাহাৰত দিনে নিশাই এচাম অসাধু ব্যৱসায়ীয়ে চলাইছে পাহাৰ ধ্বংস কাৰ্য ৷ অৰ্ধ শতাধিক ডাম্পাৰ তথা জেচিবিৰে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি এই পাহাৰ ধ্বংস কাৰ্যত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

অবাধে ধ্বংস সেউজ পাহাৰ ! নিমাত বন বিভাগ

উল্লেখ্য যে সকলো দেখি শুনিও নিমাত উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বন বিষয়া ৰঞ্জিৎ দত্ত আৰু দীপক ডেকাৰ বিৰুদ্ধে উত্থাপিত হৈছে সকলো দেখি শুনিও মাত নমতাৰ অভিযোগ ৷

আৰু পঢ়কঃচিকিৎসাৰ অভাৱত আইচিইউত মৃত্যু ডেৰমহীয়া শিশুৰ

Intro:Baihata Kamrup hill cut

V/O (2) = কামৰূপ জিলাৰ প্ৰান্তে প্ৰান্তে বনদস্যুৰ দপদপনি । এচাম অসাধু ব্যৱসায়ীয়ে এফালৰ পৰা তহিলংক কৰিছে উত্তৰ কামৰূপৰ সেউজ উপত্যকা । জেচিবি হাইড্ৰলিকৰ হাতোৰাত বিদিৰ্ন হৈছে ইখনৰ পাছত সিখন পাহাৰ । আৰক্ষী প্ৰশাসন বন বিভাগক মেনেজ কৰি ৰঙা মাটিৰ ৰমৰমীয়া কলা বেহা উত্তৰ কামৰূপত । হয় আপুনি ঠিকেই শুনিছে দীৰ্ঘেশ্বৰী,আমিনগাঁৱৰ চাংসাৰী,চিলা,মলং,মান্দাকাটা, পাহাৰত এতিয়া দিনে নিশাই চলে অৰ্ধ শতাধিক ডাম্পাৰ,জেচিবি । বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি দিনৰ পোহৰতে অসাধু ব্যৱসায়ীয়ে ধ্বংস কৰিছে সেউজীয়া পাহাৰ । যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী । = BYTE

V/O (2) = সেউজ উপত্যকা উত্তৰ কামৰূপত কাৰ নেতৃত্বত চলে পাহাৰ ধ্বংস যজ্ঞ ? কাৰ পোকেটত চিলা বনাঞ্চলিক বিষয়া কিম্বা উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া । বন মাফিয়াৰ পৰা মাহিলি কিমান টকা লাভ কৰে বন বিষয়া ৰঞ্জিত দত্ত আৰু দিপক ডেকাই । এই সকলোবোৰ দেখি শুনিও নিশ্চুপ কামৰূপ জিলা প্ৰশাসন । শূন্য সহনশীলতাৰ কথা কোৱা সোনোৱাল চৰকাৰে উচতি তদন্ত কৰিলে পোহৰলৈ আহিব বন ধ্বংস যজ্ঞয সকলো তথ্য ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.