ETV Bharat / state

বকোৰ ৰাজাপাৰাত ঘাইপথৰ সমীপতে বন ধ্বংস যজ্ঞ : নিৰ্বিকাৰ বন বিভাগ - পশ্চিম কামৰূপ বন সংমণ্ডল

পশ্চিম কামৰূপ বন সংমণ্ডলত আজিও দুষ্কৃতিকাৰীয়ে অব্যাহত ৰাখিছে বন ধ্বংস যজ্ঞ ৷ অভিযোগ অনুসৰি এই বন ধ্বংস যজ্ঞৰ সন্দৰ্ভত বন বিভাগৰ কৰ্তৃপক্ষ অৱগত যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

deforestation in boko
বকোৰ ৰাজাপাৰাত ঘাইপথৰ সমীপতে বন ধ্বংস যজ্ঞ
author img

By

Published : Jun 4, 2021, 10:25 PM IST

বকো, 4 জুন : বনজ সম্পদ ৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পশ্চিম কামৰূপ বন সংমণ্ডল অন্তৰ্গত বন বিভাগ । দিনে নিশাই বনজ সম্পদ ধংস কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে ৰমৰমীয়া বেহা । এইবাৰ বন্দাপাৰা ৰেঞ্জত দুষ্কৃতিকাৰীয়ে কাটিলে শাল গছ ৷

বকোৰ ৰাজাপাৰাত ঘাইপথৰ সমীপতে বন ধ্বংস যজ্ঞ

ৰাজাপাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দুষ্কৃতিকাৰীৰ বন ধ্বংস যজ্ঞ ৷ যাৰ ফল স্বৰপে এতিয়া জাঙুৰ কাই উঠিছে বন্দাপাৰা স্থানীয় সচেতন লোক ৷ অভিযোগ অনুসৰি এই বন ধ্বংস যজ্ঞৰ সন্দৰ্ভত বন বিভাগৰ কৰ্তৃপক্ষ অৱগত যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

ইফালে এই বন ধ্বংস যজ্ঞৰ সন্দৰ্ভত বন্দাপাৰা ৰেঞ্জাৰ হলিৰাম শইকীয়াক প্ৰশ্ন কৰা হৈছিল যদিও কোনো ধনাত্মক মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ দুষ্কৃতিকাৰীয়ে কোন সময়ত মূল্যৱান গছ কাটে সেয়া বন বিভাগ অৱগত নহয় ৷ বন বিভাগৰ অজ্ঞাতে দুষ্কৃতিকাৰীয়ে গছ কাটে বুলি দায় সৰা মন্তব্যহে প্ৰকাশ কৰিলে ৰেঞ্জাৰ হলিৰাম শইকীয়াই ৷

লগতে পঢ়ক: ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্র দিলে প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.