ETV Bharat / state

উত্তৰ গুৱাহাটীত বিশাল ধৰ্মীয় শোভাযাত্ৰা

মহাপ্ৰভূ দৌলগোৱিন্দত সামৰণি পৰিল পাচঁ দিনীয়া দৌল উৎসৱৰ

উত্তৰ গুৱাহাটীত ধৰ্মীয় শোভাযাত্ৰা
author img

By

Published : Mar 24, 2019, 11:01 PM IST

কামৰূপ, 24 মাৰ্চঃ উত্তৰ গুৱাহাটীত বিশাল ধৰ্মীয় শোভাযাত্ৰা । মহাপ্ৰভূদৌলগোৱিন্দৰ বিগ্ৰহ লৈ শোভাযাত্ৰা উত্তৰ গুৱাহাটীবাসীৰ । আজি খোল-তাল,বেণ্ড পাৰ্টি,নাম প্ৰসঙ্গৰে মুখৰিত হৈ পৰে উত্তৰ গুৱাহাটীৰ আকাশ বতাহ । মহাপ্ৰভূদৌলগোৱিন্দ মন্দিৰৰ পৰা দিহিঙসত্ৰলৈ উলিওৱা এই বিশাল শোভাযাত্ৰাৰ সময়ত অঞ্চলটোৰ লোকে পদূলিয়ে পদূলিয়ে চাকি বন্তি জ্বলাই দৌলগোৱিন্দৰ আশীষগ্ৰহণকৰে ৷ আনহাতে, হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰা ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিল পাচঁ দিনীয়া দৌল উৎসৱৰ ।

*SLUG= NORTH GHY DOULGOVINDA DOUL JATRA*

👉উত্তৰ গুৱাহাটীত বিশাল ধৰ্মীয় শোভাযাত্ৰা ।
👉মহাপ্ৰভু দৌলগোৱিন্দৰ বিগ্ৰহ লৈ শোভাযাত্ৰা উত্তৰ গুৱাহাটীবাসীৰ ।
👉খোল-তাল,বেণ্ড পাৰ্টি,নাম প্ৰসঙ্গৰে মুখৰিত উত্তৰ গুৱাহাটীৰ আকাশ বতাহ । 
👉১০ কিঃলোঃ মিটাৰজোৰা শোভাযাত্ৰাত ৰাইজে পদূলিয়ে পদূলিয়ে ধূপ ধুনা জ্বলাই আশিস ল'লে প্ৰভু দৌলগোৱিন্দৰ । 
👉ধৰ্মীয় শোভাযাত্ৰাৰে সামৰনি পৰিল পাচঁ দিনীয়া দৌল উৎসৱৰ ।

SCRIPT= ঐতিহ্যমণ্ডিত দৌলগোৱিন্দ মন্দিৰৰ বিগ্ৰহ লৈ আজি উত্তৰ গুৱাহাটীত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় । খোল-তাল,বেণ্ড পাৰ্টি, আয়তীৰ নাম প্ৰসঙ্গৰে উলিওৱা এই শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশ গ্ৰহন কৰে । মহাপ্ৰভু দৌলগোৱিন্দ মন্দিৰৰ পৰা দিহিংসত্ৰলৈ উলিওৱা এই বিশাল সভা যাত্ৰাৰ সময়ত অঞ্চলটোৰ লোকে পদূলিয়ে পদূলিয়ে চাকি বন্তি জ্বলাই দৌলগোৱিন্দৰ আশিস গ্ৰহন কৰে । শোভাযাত্ৰাৰ অন্তত প্ৰভু দৌলগোৱিন্দৰ বিগ্ৰহ পুনৰ দৌলত প্ৰতিষ্ঠা কৰি সামৰনি মৰা হয় পাঁচ দিনীয়া দৌল উৎসৱৰ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.