ETV Bharat / state

ৰঙিয়াত একাংশই ভংগ কৰিছে কৰ'ণা প্ৰতিৰোধৰ নীতি-নিয়ম - covid 19 safety

ৰঙিয়াত আৰক্ষীৰ শৰীৰত COVID-19 ৷ ৰঙিয়াত COVID-19 পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে একাংশ এতিয়াও সজাগ নহয় মাস্ক সম্পৰ্কে ৷ ৰঙিয়াৰ ইণ্ডিয়া গে'ট বজাৰত মেলা সদৃশ পৰিৱেশ ৷ ইফালে কোনেও মনা নাই সামাজিক দূৰত্ব ৷

covid-19-safety-norms-violation-at-rangia
ৰঙিয়াত একাংশই ভংগ কৰিছে কৰ'ণা প্ৰতিৰোধৰ নিয়ম
author img

By

Published : Jul 1, 2020, 6:43 PM IST

ৰঙিয়া,1 জুলাইঃ ৰঙিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে COVID-19 পজিটিভ ৷ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে একাংশ এতিয়াও সজাগ নহয় মাস্ক সম্পৰ্কে ৷ শেহতীয়াকৈ ৰঙিয়াত এগৰাকী আৰক্ষী বিষয়া আৰু এগৰাকী জোৱানৰ দেহত ধৰা পৰিছে COVID-19 ।

ৰঙিয়াত একাংশই ভংগ কৰিছে কৰ'ণা প্ৰতিৰোধৰ নীতি-নিয়ম

কৰ'ণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এতিয়াও সজাগ হোৱা নাই একাংশ লোক । কৰ'ণা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহ অৱলম্বন কৰিবলৈও অনীহা এইসকল লোকৰ। বুধবাৰে ৰঙিয়াৰ ইণ্ডিয়া গে'ট বজাৰত মেলা সদৃশ ভিৰ । এই সকলৰ মুখত কোনোধৰণৰ মাস্ক নথকাৰ বিপৰীতে এওঁলোকে মনা নাই সামাজিক দূৰত্বৰ নীতি । মাস্ক নিপিন্ধাৰ বিভিন্ন অজুহাত এইসকল লোকৰ। ৰোগবিধৰ সংক্ৰমণক লৈ কিঞ্চিতো গুৰুত্ব নাই সৰহ সংখ্যকৰ । পৰিস্থিতি এনেদৰেই থাকিলে ৰঙিয়াত অনাগত দিনত পৰিস্থিতি ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

লগতে পঢ়কঃচীনৰ TikTok, BeautyPlus সলনি ব্যৱহাৰ কৰক এইকেইটা বিকল্প এপ্

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.