ETV Bharat / state

দিল্লীৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন CITU আৰু AIKS

author img

By

Published : Dec 1, 2020, 9:54 PM IST

দিল্লীৰ কৃষক আন্দোলনলৈ সমৰ্থন জনাই ওলাই আহিছে CITU আৰু AIKS ৰ কৰ্মীসকল । মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে ৰঙিয়াতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।

দিল্লীৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন CITU আৰু AIKS
দিল্লীৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন CITU আৰু AIKS

ৰঙিয়া,1 ডিচেম্বৰঃ ৰঙিয়াত CITU আৰু AIKS ৰ প্ৰতিবাদ। দিল্লীৰ কৃষক আন্দোলনলৈ সমৰ্থন জনাই ওলাই আহিছে CITU আৰু AIKS ৰ কৰ্মীসকল। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।

ৰঙিয়া নগৰৰ মূল পথ সমূহেৰে প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী কপাই তোলে । বিজেপি চৰকাৰে শীঘ্ৰে আন্দোলনকাৰী কৃষকৰ দাবী মানি নললে অসমতো তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

লগতে পঢ়কঃ এসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.