ETV Bharat / state

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা

author img

By

Published : Aug 19, 2019, 3:28 AM IST

যৌতুকৰ বাবেই এগৰাকী বোৱাৰীক স্বামীৰ লগতে পৰিয়ালৰ লোকে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই স্বামী গৃহৰ পৰা উলিয়াই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত ৷

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা

ছয়গাঁও, 18 আগষ্টঃ সভ্য সমাজক লজ্জানত কৰা আন এক বোৱাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত । নিজ বোৱাৰীয়েকক ধৰি বান্ধি লৈ প্ৰতিদিনে প্ৰহাৰ কৰাৰ পৰিণতিত স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ছয়গাঁও আৰক্ষী থানাত ৷ কুকুৰমাৰাৰ আমতলা সত্ৰ গাঁৱৰ তথা বৰ্তমান মিলনপুৰ বাঢ়ন্তী গাঁৱৰ জুবুল দাস নামৰ লোকজনে নিজৰ পত্নীক প্ৰতিদিনে বান্ধি লৈ অমানৱীয়ভাৱে চলাই আহিছিল অত্যাচাৰ ৷ আনকি বেয়া চকুৰেও চোৱাৰ অভিযোগ শহুৰেক দিবাকৰ দাসৰ বিৰুদ্ধে ৷ শনিবাৰে নিশা চৰম সীমা পাৰ হৈ স্বামী বুবুল দাসে পৰিয়ালৰ আন সদস্যৰ সহযোগত নিজ পত্নীক নিৰ্যাতন চলাই পেলাই থৈ আহে পথাৰৰ মাজত ৷ কোনো মতে এগৰাকী বান্ধৱীলৈ ফোন কৰি অৱস্থাৰ কথা অৱগত কৰাত আন লোকে বোৱাৰী গৰাকীক মুমূৰ্ষ অৱস্থাত থৈ যায় পিতৃ গৃহত ৷ ইতিমধ্যে নিৰ্যাতিত বোৱাৰী গৰাকীৰ পিতৃয়ে ছয়গাঁও থানাত দাখিল কৰিলে এজাহাৰ ৷ দেওবাৰে পুৱা শতাধিক মহিলা উপস্থিত হৈ ভুক্তভোগী মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ এক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলে জুবুল দাসৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে ৷

Intro:যৌতুকৰ বাবেই এগৰাকী বোৱাৰীক স্বামীৰ লগতে পৰিয়ালৰ লোকে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই স্বামী গৃহৰ পৰা উলিয়াই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত ৷Body:ছয়গাঁও ১৮ আগষ্ট ঃ সভ্য সমাজক লজ্যানত কৰা আন এক বোৱাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰ গাঁৱত । বোৱাৰীকধৰি বান্ধি লৈ প্ৰতিদিনে প্ৰহাৰ কৰাৰ পৰিণতিত ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে স্বামীৰ বিৰুদ্ধে ৷ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ আমত’লা সত্ৰত সংঘটিত হ'ল সভ্য সমাজক লজ্যানত কৰা বোৱাৰী নিৰ্যাতনৰ ঘটনা । কুকুৰমাৰাৰ আমতলা সত্ৰ গাঁৱৰ তথা বৰ্তমান মিলনপুৰ বাঢ়ন্তী গাঁৱৰ জুবুল দাস নামৰ লোকজনে নিজৰ পত্নীক প্ৰতিদিনে বান্ধি লৈ অত্যাচাৰ চলাই আহিছিল অমানৱীয়ভাৱে । ওৰে নিশা বান্ধি লৈ প্ৰহাৰ কৰি বন্য উল্লাহত মতলীয়া হয় স্বামী জুবুল দাসৰ লগতে তেওঁৰ পৰিয়ালৰ লোক । আনকি বেয়া চকুৰেও চাইছিল শহুৰেক দিবাকৰ দাসে ৷ পৰিণতিত শনিবাৰে নিশা চৰম সীমা পাৰ হৈ স্বামী বুবুল দাসে পৰিয়ালৰ আন সদস্যৰ সহযোগত নিজ পত্নীক পথাৰৰ মাজত পেলাই থৈ আহে । কোনোমতে এগৰাকী বান্ধৱীলৈ ফোন কৰি বোৱাৰীগৰাকীৰ অৱস্থাৰ কথা জনোৱাত আন লোকে বোৱাৰী গৰাকীক মূমূৰ্য অৱস্থাত পিতৃ গৃহত থৈ যায় ৷অৱশেষত নিৰ্যাতিত বোৱাৰীগৰাকীৰ পিতৃয়ে ছয়গাঁও থানাত দাখিল কৰিলে এজাহাৰ ৷ দেওবাৰে পুৱা শতাধিক মহিলা উপস্থিত হৈ মৰমী দাসৰ স্বাস্থ্যৰ বুজ লৈ এক প্ৰতিবাদ সাব্যস্ত কৰি জুবুল দাসৰ লগতে পৰিয়ালৰ লোকৰ শাস্তিৰ দাবী তুলে । বিভিন্ন প্ৰতিবাদী শ্লোগান দি উত্তাল কৰিলে পৰিৱেশ । এতিয়া এই বোৱাৰী নিৰ্যাতনৰ অমানৱীয় ঘটনাৰ উচিত তদন্ত হ'বনে ? দোষীয়ে পাব নে উচিত শাস্তি ?Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.