ETV Bharat / state

কামৰূপত পিতনিত উদ্ধাৰ চোৰ ৰূপী প্ৰেমিক

author img

By

Published : Aug 25, 2019, 4:30 PM IST

এজন যুৱক ৷ যুৱকজনক লৈ চলিল এক শ্বাসৰুদ্ধকাৰী দীঘলীয়া নাটক৷ নাটকখনক লৈ আমোদ পালে দক্ষিণ কামৰূপৰ একাংশ লোকে ৷

কামৰূপত চোৰ ৰূপী যুৱকক পিতনিৰ পৰা উদ্ধাৰ

ছয়গাঁও ২৫ আগষ্টঃ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ বৰতেজপুৰত উত্তেজনা ৷ ঘৰৰ ভিতৰত নিশাৰে পৰা লুকাই থকা চোৰ ৰূপী যুৱক ওলাই লুকাল পিতনিত | যুৱকজনক লৈ পুৱাৰে পৰা আহুকালৰ সন্মুখীন হয় বিজয়নগৰ আৰক্ষী ৷ দীৰ্ঘ সময়ৰ মূৰত উদ্ধাৰ কৰিলে যুৱকজনক । প্ৰায় এটা বেলাৰ অন্তত দুপৰীয়া আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোকে পিতনিৰ পৰা উদ্ধাৰ কৰে যুৱকজনক। জানিব পৰা মতে, যুৱকজন গুৱাহাটী কৃষ্ণনগৰৰ পিংকু ৰাজবংশী।

কামৰূপত চোৰ ৰূপী যুৱকক পিতনিৰ পৰা উদ্ধাৰ

যুৱকজন ৰাইজৰ দৃষ্টিত চোৰ| পিচে আচল ঘটনা বেলেগ ৷ বৰতেজপুৰৰ এজনী ছোৱালীৰ প্ৰেমত পৰি পিংকু নিশাই সোমাইছিল প্ৰেয়সীৰ ঘৰত| তাৰ পাচতেই যুৱকজন বিছনাৰ তলত সোমাই যদিও অৱশেষত ঘৰৰ পৰা ওলাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত কাষতে থকা পিতনিতে দিলে জাপ | অৱশেষত এটা বেলাৰ অন্তত উদ্ধাৰ কৰিলে চোৰ ৰূপী প্ৰেমিকক |

Intro:এজন পাগল প্ৰেমিক যুৱক ৷ এই যুৱকজনক লৈ চলিল এক শ্বাসৰুদ্ধকাৰী দীঘলীয়া নাটক ৷ নাটকখনক লৈ আমোদ পালে দক্ষিণ কামৰূপৰ একাংশ লোকে ৷Body:ছয়গাঁও ২৫ আগষ্ট ঃ এটা চোৰ ৰূপী যুৱকক লৈ এখন উপভোগ্য ৰোমাণ্টিক নাটক | চোৰটোক লৈ আৰক্ষীৰ হল বিলৈ ৷ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ বৰতেজপুৰত দেওবাৰে পুৱাৰে পৰা দুপৰীয়ালৈকে সৃষ্টি হল এক উত্তেজনা ৷ ঘৰৰ ভিতৰত নিশাৰে পৰা লুকাই থকা চোৰ ৰূপী যুৱক ওলাই পিতনিত লুকাল | পুৱাৰে পৰা আহুকালৰ সমূখীন হল বিজয়নগৰ আৰক্ষী ৷ দীৰ্ঘ সময়ৰ মূৰত জীৱিত অৱস্থাত উদ্ধাৰ কৰিলে যুৱকজনক। প্ৰায় এটা বেলাৰ অন্তত দুপৰীয়া আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোকে পিতনিৰ পৰা কোনোমতে উদ্ধাৰ কৰিলে যুৱকজনক। যুৱকজন হল গুৱাহাটী কৃষ্ণনগৰৰ পিংকু ৰাজবংশী।
যুৱকজন ৰাইজৰ দৃষ্টিত চোৰ| পিচে আচল ঘটনা বেলেগ| বৰতেজপুৰত ছোৱালীৰ প্ৰেমত পৰি বপুৰাই নিশাই সোমাইছিল প্ৰেয়সীৰ ঘৰত| লীলাত মত্ত থাকোতে নিশা গৈ বেলি ওলাল| উপাইহীন যুৱকে বিছনাৰ তলত সোমাল যদিও অৱশেষত ঘৰৰ পৰা ওলাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত কাষতে থকা পিতনিতে দিলে লং জাপ| ডিঙিলৈকে পোত গৈ পিতনিৰ পৰা নোৱাৰা হল ওলাব| ৰাইজৰ মাজত চোৰক ধৰ ধৰ মাৰ মাৰ চিঞৰ| উপস্থিত হল বিজয়নগৰ আৰক্ষী, এছ ডি আৰ এফৰ লোক| চলিল অভিযান| এটাবেলাৰ অন্তত উদ্ধাৰ কৰিলে বপুৰাক| ৰাইজে উপভোগ কৰিলে এখন ৰোমাণ্টিক নাটক|Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.