ETV Bharat / state

সৰ্বানন্দ সোণোৱাল কামিহাড় নথকা মুখ্যমন্ত্ৰীঃ তৰুণ গগৈ - tarun gogoi at chaygaon

বকো
বকোত অস্তিত্ব ৰক্ষাৰ "জনজাগৰণ পদযাত্ৰা"
author img

By

Published : Jan 5, 2020, 8:20 PM IST

Updated : Jan 5, 2020, 11:57 PM IST

Intro:slug: as_jania_5jan_caa_birodhi_gaba_homabekh_vis2_byt1+pho2_story_asc10058

Anchor: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিটাত কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত ''কা'' গণ সমাবেশ।Body:slug: as_jania_5jan_caa_birodhi_gaba_homabekh_vis2_byt1+pho2_story_asc10058

VO: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ ''কা'' বাতিলৰ দাবীত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিটাত দেওবাৰে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ সহযোগত গণ সমাবেশ অনুষ্ঠিত কৰা হয়। গণ সমাবেশত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলামে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা ভুল সমূহ ব্যাখ্যা কৰে। আগন্তুক ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা ওফৰাই পেলাবলৈ ৰাইজক আহ্বান জনায়। গণ সমাবেশত ৰাইজে খেদ ঐ খেদ বিদেশী খেদ, নৰেন্দ্ৰ মোদী গ' বেক, অমিত শ্বাহ গ' বেক, সৰ্বানন্দ সোণোৱাল- হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কা আমি নামানো, জয় আই অসম আদি ধ্বনিৰে প্ৰতিবাদকাৰী সকলে বৰভিটাৰ পৰিবেশ উত্তাল কৰি তোলে। গ্ৰেপ্তাৰ হোৱা ''কা'' বিৰুদ্ধে কৰা গণতান্ত্ৰিকাৰীক অতি শীঘ্ৰেই মুক্তি কৰি দিয়াৰ আহ্বান জনায় প্ৰতিবাদকাৰী সকলে।Conclusion:slug: as_jania_5jan_caa_birodhi_gaba_homabekh_vis2_byt1+pho2_story_asc10058

Byte: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলাম।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Jan 5, 2020, 11:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.