ETV Bharat / state

বকোত জব্দ বৃহৎ পৰিমাণৰ কুণ্ডা

বকোত সংঘটিত হোৱা পথ দুৰ্ঘটনাত জব্দ হয় বৃহৎ পৰিমাণৰ শাল,চেগুনৰ কুণ্ডা ৷ বামুণীগাঁও বন সুৰক্ষা বাহিনীয়ে জব্দ কৰে কুণ্ডাভৰ্তি বাহনখন ৷

বকোত জব্দ বৃহৎ পৰিমাণৰ কুণ্ডা
author img

By

Published : Sep 20, 2019, 2:01 PM IST

বকো, 20 চেপ্তেম্বৰ : শুকুৰবাৰে ছয়গাঁৱৰ প্ৰীতিপুৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে এখন কুণ্ডা ভৰ্তি টাটা ডি আই বাহন ৷ ডি আই বাহনখনত অনা হৈছিল বৃহৎ পৰিমাণৰ শাল,চেগুনৰ কুণ্ডা ৷ দুৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে বাহনখনৰ চালক ৷

বকোত জব্দ বৃহৎ পৰিমাণৰ কুণ্ডা

ইফালে,দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পোহৰলৈ আহে আন এক ঘটনা ৷ দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনত আছিল চোৰাং কাঠ ৷ বাহনখনৰ পৰা উদ্ধাৰ হয় ৩১ডালকৈ শাল আৰু চেগুনৰ কুণ্ডা ৷ বামুণীগাঁও বনসুৰক্ষা বাহিনীয়ে জব্দ কৰে কুণ্ডাভৰ্তি বাহনখন ৷

Intro:Body:ছয়গাঁৱৰ প্ৰীতিপুৰত শাল, চেগুনৰ কুণ্ডা কঢ়িওৱা টাটা ডিআই দুৰ্ঘটনাগ্ৰস্ত।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল কুণ্ডা ভৰ্তি ডিআইখন। উদ্ধাৰ ৩১টাকৈ শাল, চেগুনৰ কুণ্ডা। টাটা ডিআইখনৰ নম্বৰ AS01-DC-5174। বামুণীগাঁও বন সুৰক্ষা বাহিনীয়ে জব্দ কৰে কুণ্ডা, বাহন। দুৰ্ঘটনাৰ পিছত হে পোহৰলৈ এনে তথ্য। অবাধে প্ৰতিদিনে সৰবৰাহ হৈ আছে মূল্যবান শাল, চেগুন।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.