ETV Bharat / state

ছয়গাঁৱত বনবিভাগৰ অভিযান;জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ - বামুণীগাঁও

বামুণীগাঁৱৰ বন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত ছয়গাঁৱৰ চাম্পুপাৰা সাপ্তাহিক বজাৰত চলোৱা এক অভিযানত বনবিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু অবৈধ ভাৱে বিক্ৰী কৰিবলৈ অনা ফাৰ্নিচাৰ ৷

বনবিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ
author img

By

Published : Jul 31, 2019, 2:56 PM IST

Updated : Jul 31, 2019, 3:19 PM IST

বকো, 31 জুলাইঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চাম্পুপাৰাৰ সাপ্তাহিক বজাৰত বন বিভাগৰ অভিযান৷ অকস্মাৎ অভিযান চলাই বনবিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু অবৈধ ভাৱে বিক্ৰী কৰিবলৈ অনা ফাৰ্নিচাৰ ৷এক গোপন সূত্ৰৰ ভিত্তিত বামুণীগাঁও বন কাৰ্যালয়ৰ প্ৰটেকচন ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত চলোৱা হয় এই অভিযান ।

বনবিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ

চাম্পুপাৰা সাপ্তাহিক বজাৰত অভিযান চলাই প্ৰায় দুই লক্ষাধিক টকা মূল্যৰ ফলা কাঠ আৰু ফাৰ্নিচাৰ জব্দ কৰা হয় । এই অভিযানত বামুণীগাঁও বন বিভাগৰ বন কৰ্মী ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী আৰু চি আৰ পি বাহিনীৰ সহযোগত অবৈধ ভাবে দীৰ্ঘদিন ধৰি ব্যৱসায় চলাই থকা চোৰাং কাঠৰ ঘাটি উৎখাত কৰে।

লগতে পঢ়কঃ বান বিধ্বস্ত ধুবুৰী জিলাত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি

Intro:Body:দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চাম্ফুপাৰাৰ সাপ্তাহিক বজাৰত বনবিভাগে আজি অকস্মাৎ অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ ফলা কাঠ আৰু অবৈধ ভাৱে বিক্ৰী কৰিব অনা বহু পৰিমানৰ ফাৰ্ণিচাৰ জব্দ কৰিবলৈ সক্ষম হয় ।এক গোপন সূত্ৰৰ ভিত্তিত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বামুণীগাঁও বন কাৰ্যালয়ৰ প্ৰটেকচন ৰেজ্ঞাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত এই অভিযান চলোৱা হয়। চাম্পুপাৰা সাপ্তাহিক বজাৰত অভিযান চলাই প্ৰায় দুই লক্ষ্যাধিক টকা মূল্যৰ অবৈধ ফলা কাঠ আৰু বজাৰলৈ বিক্ৰীৰ বাবে অনা ফাৰ্ণিচাৰ সমূহ জব্দ কৰিবলৈ সক্ষম হয়। এই অভিযানত বামুণীগাঁও বন বিভাগৰ বন কৰ্মী ছয়গাৱ আৰক্ষী থানাৰ আৰক্ষী আৰু চি আৰ পি বাহিনীৰ সহযোগত এই অবৈধ ভাবে দীৰ্ঘদিন ধৰি ব্যৱসায় চলাই থকা চোৰাং কাঠৰ ঘাটি উৎখাত কৰে। বনবিভাগৰ এই অভিনৱ পদক্ষেপ হাতত লোৱা কাৰ্যক প্ৰকৃত প্ৰেমী লোকে প্ৰশংসা কৰে। Conclusion:
Last Updated : Jul 31, 2019, 3:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.