ETV Bharat / state

উত্তৰ গুৱাহাটীৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ এবছৰ

বৃহস্পতিবাৰে ভয়াৱহ নাও দুৰ্ঘটনাৰ সম্পূৰ্ণ হ'ল এবছৰ ৷ বৰ্তমানেও পাহৰিব পৰা নাই উত্তৰ গুৱাহাটীবাসীয়ে সেই শিহৰণকাৰী ঘটনা ।

author img

By

Published : Sep 5, 2019, 7:14 PM IST

উত্তৰ গুৱাহাটীৰ ভয়াবহ নাও দুৰ্ঘটনাৰ এবছৰ

গুৱাহাটী,5 ছেপ্টেম্বৰঃ ২০১৮ চনৰ ৫ছেপ্টেম্বৰ ৷ এটা ভয়াবহ দিন ৷ এই দিনটোতে উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল নাও দুৰ্ঘটনা ৷ য'ত প্ৰাণ হেৰুৱাইছিল অংকিত বৰা, দিম্পী বৰা, ৰাহুল আলী আৰু কমল ৰজকৰে । এই ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা সকলক স্মৰণ কৰি বৃহস্পতিবাৰে সচেতন যুৱ মঞ্চৰ উদ্যোগত উত্তৰ গুৱাহাটীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । চাওঁক এক প্ৰতিবেদনঃ

Intro: ভয়াবহ নাও দুৰ্ঘটনা আজি সম্পূৰ্ণ হল এবছৰ আজিও পাহৰিব পৰা নাই উত্তৰ গুৱাহাটীবাসীয়ে সেই শিহৰণকাৰী ঘটনা।২০১৮ চনৰ ৫ছেপ্টেম্বৰত আজিৰ দিনটোত উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল আৰু প্ৰাণ হেৰুৱাইছিল অংকিত বৰা, দিম্পী বৰা, ৰাহুল আলী আৰু কমল ৰজকৰ ।

Body:এই ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা অংকিত, দিম্পী, ৰাহুল আৰু কমলক স্মৰণ কৰি।আজি ৫ ছেপ্টেম্বৰ উত্তৰ গুৱাহাটীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন ।উত্তৰ গুৱাহাটী ৰ সচেতন যুৱ মঞ্চৰ উদ্যোগ নাও দুৰ্ঘটনাস্থলীৰ সমীপত আয়োজন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। অগপ দলৰ সাধৰণ সম্পাদক মনোজ শইকীয়াৰ লগত কামৰূপ জিলা ছাত্ৰ সন্থাৰ আৰু বিভিন্ন স্কুলৰ ছাত্র ছাত্ৰী লগতে বিভিন্ন দল সংগঠনে এই অনুষ্ঠান শ্ৰদ্ধাঞ্জলি জনাই।
লগতে তেওঁলোকৰ আত্মাৰ শান্তি বাবে এক মিনিট সময় ৰাজহুৱা সৰ্বধম প্ৰাৰ্থনা আৰু আয়তী সকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হয় ।উত্তৰ গুৱাহাটী বাসী ৰাইজে আজিৰ দিনত কলা দিৱস হিচাপে পালন কৰি সকলোৱে কলা বেজে পৰিধান কৰে।

Conclusion:২০১৮ চনৰ ৫ ছেপ্টেম্বৰত
উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনা সলীল সমাধি ঘটা অংকিত বৰা, দিম্পী বৰা, ৰাহুল আলী আৰু কমল ৰজকৰ মৃত্যু উত্তৰ গুৱাহাটীৰ বাবে কেতিয়াও
সাধৰণ মৃত্যু নহয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.