দক্ষিণ কামৰূপ, 11 মে' : বৰ্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ বৰিহাটত উদযাপন ৰঙালী বিহু । পুৱা পতাকা উত্তোলনেৰে সমবেত সংগীত গাই দক্ষিণ কামৰূপৰ বৰিহাট খৰাপাৰাত আৰম্ভ কৰা হয় বিহুৰ কাৰ্যসূচীৰ ৷ পতাকা উত্তোলনৰ লগতে হেৰাই যাব ধৰা গৰু গাড়ীৰে ভিন্ন কৃষ্টি প্ৰদৰ্শন কৰি উলিওৱা হয় এক শোভাযাত্ৰাও ।
বৰিহাটত ৰঙালী বিহু উদযাপন - বৰিহাট
পতাকা উত্তোলন, শোভাযাত্ৰাৰে আৰম্ভ কৰা হয় বিহুৰ কাৰ্যসূচীৰ
দক্ষিণ কামৰূপ, 11 মে' : বৰ্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ বৰিহাটত উদযাপন ৰঙালী বিহু । পুৱা পতাকা উত্তোলনেৰে সমবেত সংগীত গাই দক্ষিণ কামৰূপৰ বৰিহাট খৰাপাৰাত আৰম্ভ কৰা হয় বিহুৰ কাৰ্যসূচীৰ ৷ পতাকা উত্তোলনৰ লগতে হেৰাই যাব ধৰা গৰু গাড়ীৰে ভিন্ন কৃষ্টি প্ৰদৰ্শন কৰি উলিওৱা হয় এক শোভাযাত্ৰাও ।
Slug:-As_kam_11may_bihu_celebration_811-812_vis+bite+photo_as10020
দক্ষিণ কামৰূপৰ বৰিহাটত ৰঙালী বিহু উৎযাপন ।
Ocvo..বহাগ মানেই সকলোৰে মনৰ ৰঙৰ ব্যাপক উৎসাহ । সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া ব্যস্ত হৈ ৰঙালী বিহুত । ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসুচীৰে অনুষ্ঠিত হৈ আছে ৰঙালী বিহু পিছ পৰি ৰোৱা নাই দক্ষিণ কামৰূপো । দক্ষিণ কামৰূপৰ বৰিহাট খৰাপাৰাত বিভিন্ন কাৰ্যসুচীৰ আজি অনুষ্ঠিত হয় হেপাহৰ ৰঙালী বিহু উৎসৱ । এই ৰঙালী বিহু উৎসৱত বৰিহাটৰ ১০০ৰো অধিক বৰ্ষৰ এগৰাকী বৃদ্ধা মহিলাৰ দ্ধাৰা পতাকা উত্তোলন কৰে লগতে হেৰাই যাব ধৰা গৰু গাড়ীৰে ভিন্ন কৃষ্টিৰে উলিওৱা হয় এক শোভাযাত্ৰাও ।
Bite...
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam